ETV Bharat / state

"ওপৰৱালাকো দিব লাগে", চাওক আৰক্ষীয়ে কেনেকৈ কৰে ধনদাবী ! - ভাইৰেল ভিডিঅ'

জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে কৰ্তব্যৰত অৱস্থাতে পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰা এটা ভিডিঅ ম'বাইলৰ কেমেৰাত বন্দী হোৱাৰ পাছতে ভাইৰেল হৈ পৰে ভাইৰেল ভিডিঅ' ৷

ভাইৰেল আৰক্ষীৰ ধনদাবীৰ ভিডিঅ
author img

By

Published : Sep 27, 2019, 11:50 PM IST

হোজাই , 27 চেপ্তেম্বৰঃ অসম আৰক্ষীৰ এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ৷ জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে কৰ্তব্যৰত অৱস্থাতে পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰা এটা ভিডিঅ ম'বাইলৰ কেমেৰাত বন্দী হোৱাৰ পাছতে ভাইৰেল হৈ পৰে ভিডিঅ'টো ৷ ভিডিঅ'টোত কনিষ্টবলজনে কোৱা "ওপৰৱালাকো দিব লাগে" আৰু ''পাৰপত্ৰৰ বাবে ধনৰ এক নিৰ্দিষ্ট ৰেট বান্ধি থোৱা আছে'' বুলি দিয়া দুটা ভাষ্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পাছতে সচেতন মহলৰ পৰা বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কি কৰিছে মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে, ক'ত ৰাজ্যৰ আইন-শৃংখলা !

ভাইৰেল আৰক্ষীৰ ধনদাবীৰ ভিডিঅ'

Intro:এইবাৰ হোজাইৰ লংকাত অসম আৰক্ষীৰ ভিডিঅ' ভাইৰেল।আৰক্ষী নিৱেশতে ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত।
Body:এইবাৰ হোজাইৰ লংকাত অসম আৰক্ষীৰ ভিডিঅ' ভাইৰেল।আৰক্ষী নিৱেশতে ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত।

অসম আৰক্ষীত এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হৈ ব্যপক প্ৰচাৰ লাভ কৰিচে।জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে আৰক্ষী নিবেশতে কৰ্তব্যৰত অৱস্থাত পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰি ধন সংগ্ৰহৰ এক দৃশ্য ম'বাইলৰ কেমেৰাত বন্দী হৈছে।"ওপৰৱালাকো দিব লাগে" বুলি ভাষ্য দিয়া আৰক্ষী কনিষ্টবল জনে পাৰপত্ৰৰ বাবে ধনৰ এক নিৰ্দ্দিষ্ট ৰেট বান্ধি থোৱা আছে বুলিও কয়।সম্প্ৰতি ব্যাপক প্ৰচাৰ লাভ কৰা এই ভিডিঅ'টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ আৰক্ষীৰ এনে স্বৰূপে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.