হোজাই, 12 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হৈ পৰিল হোজাই ৷ কেবৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল হোজাই জিলা সাহিত্য সভা তথা ৰাইজ ৷ হাতত ক'লা পতাকা লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীৰ মন্তব্য উক্ত পৰিস্থিতিৰ বাবে কেৱল বিজেপি দল জগৰীয়া ৷
CAB-ৰ বিৰোধিতা কৰি ওলাই আহিল হোজাই জিলা সাহিত্য সভা - হোজাই জিলা সাহিত্য সভাৰ CAB বিৰুদ্ধে উত্তাল প্ৰতিবাদ
হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক ৷
![CAB-ৰ বিৰোধিতা কৰি ওলাই আহিল হোজাই জিলা সাহিত্য সভা CAB বিৰোধিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5348237-107-5348237-1576136745653.jpg?imwidth=3840)
হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক
হোজাই, 12 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হৈ পৰিল হোজাই ৷ কেবৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল হোজাই জিলা সাহিত্য সভা তথা ৰাইজ ৷ হাতত ক'লা পতাকা লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীৰ মন্তব্য উক্ত পৰিস্থিতিৰ বাবে কেৱল বিজেপি দল জগৰীয়া ৷
হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক
হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক
Intro:হোজাই জিলা সাহিত্য সভা তথা হোজাই বাসী ৰাইজৰ CAB বিৰুদ্ধে উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছে।
Body:হোজাই জিলা সাহিত্য সভা তথা হোজাই বাসী ৰাইজৰ সহযোগিতাত কেব গৃহীত হোৱা পিছৰে পৰা উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছে।
কোনেও নামানে কেব।
কেৱল প্ৰতিবাদ প্ৰতিবাদ।
এই পৰিষ্ঠিতি বাবে বিজেপি দলক সম্পূৰ্ণ ভাবে জগৰীয়া কৰিলে হোজাই জিলা বাসী ৰাইজে।
Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam