ETV Bharat / state

হোজাইৰ কাকীত বন বিভাগৰ অভিযান - culprit

হোজাই জিলাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান। এক গোপন সূত্ৰৰ পম খেদি লংকা বন বিভাগে কাকী ডেৰাপথাৰ অঞ্চলত চলায় এই অভিযান ।

hojai kaki forest mission
হোজাইৰ কাকীত বন বিভাগৰ অভিযান
author img

By

Published : May 16, 2021, 9:35 PM IST

হোজাই, 16 মে’: হোজাই জিলাত লংকা বন বিভাগৰ অভিযানত জিলাখনৰ কাকী অঞ্চলৰ ডেৰাপথাৰ অঞ্চলত এটা চোৰাং কাঠফলা মিল উৎখাত কৰা হৈছে । মিল উৎখাত কৰাৰ লগতে বনবিভাগে জব্দ কৰে অনুমানিক আশী হাজাৰ টকা মূল্যৰ চোৰাং কাঠৰ ফান্টা আৰু পঞ্চাশ হাজাৰ টকা মূল্যৰ এটা কাঠ ফলা মেচিন ।

হোজাইৰ কাকীত বন বিভাগৰ অভিযান

চোৰাং কাঠখিনি নখুটি বনাঞ্চলৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ কৰিছে লংকা বন বিভাগে । বৰ্তমানলৈ বনবিভাগে কোনো লোকক আটক কৰিব পৰা নাই যদিও, জব্দ কৰা কাঠ সহ কাঠফলা মেচিনটো লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱাৰ লগতে লগতে লংকা বনবিভাগে তদন্ত অব্যাহত ৰাখিছে ।

হোজাইৰ কাকীত বন বিভাগৰ অভিযান

লগতে পঢ়ক : মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ কি ক’লে শিক্ষামন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.