ETV Bharat / state

উৰণীয়া সেঁতু নিৰ্মাণৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - লংকা পশু চিকিৎসালয়

উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে হোজাই জিলা লংকা পশু চিকিৎসালয়ৰ পৰা ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত অবৈধভাৱে বহু দিনৰ পৰা ব্যৱসায় চলাই থকা দোকান পোহাৰ, বাসগৃহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷

উৰণীয়া সেঁতু নিৰ্মাণৰ উদ্দেশ্যে হোজাইত প্ৰশাসনৰ উচ্ছেদ
author img

By

Published : Oct 15, 2019, 5:09 PM IST

হোজাই,12 অক্টোবৰ : হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ লংকা পশু চিকিৎসালয়ৰ পৰা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত‌ উচ্ছেদ প্ৰশাসনৰ ৷ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে প্ৰশাসনৰ এই উচ্ছেদ অভিযান। হোজাই জিলা লংকা পশু চিকিৎসালয়ৰ পৰা ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত অবৈধ ভাৱে বহু দিনৰ পৰা ব্যৱসায় চলাই থকা দোকান পোহাৰ,বাসগৃহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান।

উল্লেখ যে,লংকাৰ ২নং ৰে'ল গেটৰ ওপৰেৰে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ইতিমধ্যেই দুই তিনিদিন পূৰ্বে,পথৰ দাঁতিৰ চৰকাৰী ভূমিত অবৈধ ভাৱে ব্যৱসায় আৰু বসবাস কৰি থকা লোকসকলক আগতীয়াকৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে। অৱশেষত,মঙলবাৰে লংকা ৰাজহ চক্ৰ বিষয়া গৰ্গ মোহন দাসৰ উপস্থিতি প্ৰশাসনে পথৰ দাঁতিৰ চৰকাৰী ভূমিত অবৈধ ভাৱে বসবাস কৰা লোকসকলৰ ওপৰত উচ্ছেদ অভিযান চলায় | অৱশ্যে,দুই তিনিদিন পূৰ্বে প্ৰশাসনৰ জাননী লাভ কৰি বহু ব্যৱসায়ীয়ে আগতীয়াকৈ নিজৰ দোকান পোহাৰ চৰকাৰী ভূমিৰ পৰা আতৰাই নিয়ে |

Intro:হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান | Body:হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান | লংকা পশু চিকিৎসালয়ৰ পৰা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত‌ উচ্ছেদ | উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে প্ৰশাসনৰ এই উচ্ছেদ অভিযান ।

হোজাই জিলা লংকা পশু চিকিত্সালয়ৰ পৰা ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত অবৈধ ভাৱে বহু দিনৰ পৰা ব্যৱসায় চলাই থকা দোকান পোহাৰ,বাসগৃহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ।উল্লেখ্য যে,লংকাৰ ২ নং ৰে'ল গেইটত ওপৰেৰে হ'ব উৰণীয়া সেঁতু নিৰ্মাণৰ কাম ।ইতিমধ্যেই দুই তিনিদিন পূৰ্বে , পথৰ দাতিৰ চৰকাৰী ভূমিত অবৈধ ভাৱে ব্যৱসায় আৰু বসবাস কৰি থকা লোকসকলক আগতীয়াকৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে।অৱশেষত,আজি লংকা ৰাজহ চক্ৰ বিষয়া গৰ্গ মোহন দাসৰ উপস্থিতি প্ৰশাসনে পথৰ দাতিৰ চৰকাৰী ভূমিত অবৈধ ভাৱে বস-বাস কৰা লোক সকলৰ ওপৰত উচ্ছেদ অভিযান চলায় | অৱশ্যে,দুই তিনিদিন পূৰ্বে প্ৰশাসনৰ জাননী লাভ কৰি বহু ব্যৱসায়ীয়ে আগতিয়াকৈ নিজে নিজে নিজৰ দোকান পোহাৰ চৰকাৰী ভূমিৰ পৰা অতৰাই নিয়ে |

BYTE: লংকা ৰাজহ চক্ৰ বিষয়া

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.