ETV Bharat / state

হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত উত্তেজনাময় পৰিস্থিতি - ডঃ অর্ধেন্দু কুমাৰ দে

হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল‘গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে একাং কংগ্ৰেছী নেতা কর্মীয়ে ।

hojai-dc-office-story
হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত উত্তেজনাময় পৰিস্থিতি
author img

By

Published : Dec 29, 2020, 10:31 PM IST

হোজাই, 29 ডিচেম্বৰ: মঙলবাৰে হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল‘গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে একাং কংগ্ৰেছী নেতা কর্মীয়ে।

পেট্ৰল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ, বিদ্যুৎ মাছুলকে ধৰি নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দাবী সন্মিলিত স্মাৰক পত্ৰখন হোজাইৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্রেৰণ কৰিবলৈ উপায়ুক্তৰ কাৰ্যায়ালয়ত উপস্থিত হৈছিল কংগ্ৰেছ কৰ্মী সকল ৷ কিন্তু বহু সময় ধৰি উপায়ুক্তৰ কার্যালয়ৰ গেটৰ সমুখত কংগ্ৰেছী নেতা কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি উত্তাল কৰি তুলে যদিও উপায়ুক্ত গৰাকী বাহিৰলৈ ওলাই নাহিল ।

hojai-dc-office-story
হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত উত্তেজনাময় পৰিস্থিতি

পৰৱর্তী সময়ত আৰক্ষীৰ নিৰপাত্তা বেহুৰ মাজতে প্ৰাক্তন মন্ত্ৰী ডঃ অর্ধেন্দু কুমাৰ দে, প্রাক্তন বিধায়ক স্বপন ক'ৰ ,প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চিত্ত পালকে ধৰি প্রায় ৬ গৰাকী নেতাই উপায়ুক্তৰ কার্যালয়ৰ ভিতৰলৈ সোমাই যায় । কিছু সময় পাছতে হঠাৎ উপায়ুক্তৰ কার্যালয়ৰ ভিতৰত উপায়ুক্ত মুর্দাবাদ ধ্বনি দি ভিতৰৰ পৰা আটাইকেইজন নেতা ওলাই আহি সংবাদ মাধ্যমৰ মুখামুখি হয়। তেওঁলোকৰ অভিযোগ অনুসৰি উপায়ুক্তই তেওঁলোকৰ দাবী সন্মিলিত স্মাৰক পত্ৰখন গ্রহণ কৰা নায় । ইয়াকে লৈ পৰিৱৰ্তি সময়ত অতিৰিক্ত উপায়ুক্তৰ সৈতে কংগ্ৰেছৰ নেতা কৰ্মী তর্ক যুদ্ধতো লিপ্ত হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.