হোজাই, 12 ছেপ্তেম্বৰ : হোজাই জিলা ৰাজীৱ ভৱনত হোজাই জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে যোৱা 4 ছেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসম জুৰি কংগ্ৰেছ কৰ্মী সকলে ‘ROZGAR DO’ নামেৰে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ।
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই জিলা ৰাজীৱ ভৱনতো যুৱ কংগ্ৰেছ কৰ্মী সকলে সংবাদমেলৰ জৰিয়তে ‘ৰজগাৰ দৌ’ অৰ্থাৎ কৰ্ম সংস্থাপন দিয়ক কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে চাওক-কলিয়াবৰত জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ