ETV Bharat / state

১ এপ্ৰিলত হােজাই জিলা বন্ধৰ ঘোষণা - hojai bandh on 1 april

হোজাই জিলা জনসংযোগ বিভাগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ১ এপ্ৰিলৰ দিনটো সমগ্ৰ জিলা বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে । ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনটোত সমগ্ৰ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক আদি বন্ধ থাকিব ।

১ এপ্ৰিলত হােজাই জিলা বন্ধৰ ঘোষণা
১ এপ্ৰিলত হােজাই জিলা বন্ধৰ ঘোষণা
author img

By

Published : Mar 30, 2021, 7:07 PM IST

হোজাই ,৩০ মাৰ্চ: হােজাই জিলাত দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি হােজাই জিলা প্ৰশাসনৰ বিশেষ ঘোষণা । উপায়ুক্ত ডাঃ সদনেক সিঙৰ এক নিৰ্দেশনা অনুসৰি সমগ্র হােজাই জিলা অহা ১ এপ্রিলৰ দিনটো ৰাজহুৱা বন্ধ হিচাপে ঘােষণা কৰা হৈছে ।

নিৰ্দেশনা অনুসৰি সকলো চৰকাৰী, অর্ধ-চৰকাৰী কার্যালয়, পঞ্চায়তীৰাজ অনুষ্ঠান, স্থানীয় নিকায়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে বেংক, চাহ-বাগিচা আৰু উদ্যোগ আদি এন.আই এক্ট, ১৮৮১ৰ অধীনত বন্ধ থাকিব ।

লগতে পঢ়ক:বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.