হোজাই,13চেপ্টেম্বৰঃ বিজেপি চৰকাৰে প্লাষ্টিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কিছু অসাধু ব্যৱসায়ীয়ে বৰ্তমানো বজাৰত প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ তথা বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে | শুকুৰবাৰে হোজাইত প্লাষ্টিক জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামি পৰিল হোজাই জিলা প্ৰশাসন আৰু স্বচ্ছ ভাৰত মিচনৰ বিষয়া-কৰ্মচাৰী | লংকা পৌৰ সভাৰ অন্তৰ্গত পিয়লী বজাৰ, শাক-পাচলী বজাৰ, মাছ বজাৰৰ বিভিন্ন বিপনীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, স্বচ্চ ভাৰত মিচনৰ সদস্য সহ লংকা পৌৰ সভাই দোকানে দোকানে সোমাই প্লাষ্টিক তৈয়াৰ কৰা সামগ্ৰী গ্লাছ, কাপ-প্লেট, পলিথিনৰ বেগ আদি প্ৰায় ছয় হাজাৰ টকাৰ সামগ্ৰী জব্দ কৰে | উল্লেখ্য যে, জব্দ হোৱা প্লাষ্টিকৰ সামগ্ৰীসমূহ মেচিনৰ দ্বাৰা চিন্ন-বিচিন্ন কৰা হ'ব বুলি প্ৰশাসনে সাংবাদিকক জানিবলৈ দিয়ে | আনহাতে উক্ত অভিযানত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰা বিপনীত কৰ্মৰত এজন কৰ্মচাৰীক লংকা আৰক্ষীয়ে আটক কৰে ৷
হোজাইত প্ৰশাসন আৰু স্বচ্ছ ভাৰত মিচনৰ প্লাষ্টিক বিৰোধী অভিযান - undefined
হোজাই জিলা প্ৰশাসন আৰু স্বচ্ছ ভাৰত মিচনৰ প্লাষ্টিক বিৰোধী অভিযান | শুকুৰবাৰে হোজাইত প্লাষ্টিক জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামি পৰিল হোজাই জিলা প্ৰশাসন আৰু স্বচ্ছ ভাৰত মিচনৰ বিষয়া-কৰ্মচাৰী |

হোজাই,13চেপ্টেম্বৰঃ বিজেপি চৰকাৰে প্লাষ্টিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কিছু অসাধু ব্যৱসায়ীয়ে বৰ্তমানো বজাৰত প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ তথা বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে | শুকুৰবাৰে হোজাইত প্লাষ্টিক জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামি পৰিল হোজাই জিলা প্ৰশাসন আৰু স্বচ্ছ ভাৰত মিচনৰ বিষয়া-কৰ্মচাৰী | লংকা পৌৰ সভাৰ অন্তৰ্গত পিয়লী বজাৰ, শাক-পাচলী বজাৰ, মাছ বজাৰৰ বিভিন্ন বিপনীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, স্বচ্চ ভাৰত মিচনৰ সদস্য সহ লংকা পৌৰ সভাই দোকানে দোকানে সোমাই প্লাষ্টিক তৈয়াৰ কৰা সামগ্ৰী গ্লাছ, কাপ-প্লেট, পলিথিনৰ বেগ আদি প্ৰায় ছয় হাজাৰ টকাৰ সামগ্ৰী জব্দ কৰে | উল্লেখ্য যে, জব্দ হোৱা প্লাষ্টিকৰ সামগ্ৰীসমূহ মেচিনৰ দ্বাৰা চিন্ন-বিচিন্ন কৰা হ'ব বুলি প্ৰশাসনে সাংবাদিকক জানিবলৈ দিয়ে | আনহাতে উক্ত অভিযানত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰা বিপনীত কৰ্মৰত এজন কৰ্মচাৰীক লংকা আৰক্ষীয়ে আটক কৰে ৷
পৰিবৰ্তনগামী বিজেপি চৰকাৰে প্লাচটিক বৰ্জনৰ সিধান্ত গ্ৰহণ কৰিছে যদিও কিছু অসাধু ব্যৱসায়ীয়ে বৰ্তমানো বজাৰত প্লাচটিক জাতীয় সামগ্ৰী ব্যৱহাৰ তথা বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে | হোজাই জিলাত সেই প্লাচটিক জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামি পৰা দেখিবলৈ পোৱা গল হোজাই জিলা প্ৰশাসন আৰু স্বচ্চ ভাৰত মিচনক | লংকা পৌৰ সভাৰ অন্তৰ্গত পিয়লী বজাৰ, শাক-পাচলী বজাৰ, মাছ বজাৰৰ বিভিন্ন বিপনীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ,স্বচ্চ ভাৰত মিচনৰ সদস্য সহ লংকা পৌৰ সভাই দোকানে দোকানে সোমাই প্লাচটিকে তৈয়াৰী সামগ্ৰী গ্লাছ, কাপ-প্লেট, পলিথিনৰ বেগ আদি প্ৰায় ছয় হাজাৰ টকাৰ সামগ্ৰী জব্দ কৰে | জব্দ হোৱা প্লাচটিকৰ সামগ্ৰীসমূহ মেচিনৰ দ্বাৰা চিন্ন বিচিন্ন কৰা হৱ বুলি সাংৱাদিকক জানিব দিয়ে | আনহাতে আকৌ উক্ত অভিযানত বাধা আৰোপ কৰিৱলৈ চেষ্টা কৰা বিপনীত কৰ্মৰত এজন কৰ্মচাৰীক লংকা আৰক্ষীয়ে আটক কৰি লংকা থানালৈ লৈ আহে |
BYTE: অতিৰিক্ত উপায়ুক্ত /স্বচ্চ ভাৰত মিচনৰ সদস্য
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam