হোজাই,19 ফেব্ৰুৱাৰীঃ হোজাই জিলা মোৰাঝাৰত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী । মোৰাঝাৰৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা ট্ৰাকসহ ৪৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে নাম্বাৰ বিহীন ট্ৰাকখনত থাকা দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীক ।
উল্লেখযোগ্য যে, মোৰাঝাৰ নিলবান সংযোগী পথৰে ট্ৰাকখন গৈ থকা অৱস্থাত সন্দেহবসতঃ তালাচী কৰাত উদ্ধাৰ হয় গাঞ্জাখিনি । সম্প্ৰতি মোৰাঝাৰ আৰক্ষীয়ে ঘটনাৰ সৰ্ন্দৰভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান