ETV Bharat / state

হোজাইৰ লিংক ৰোডত বিধ্বংসী অগ্নিকাণ্ড - অগ্নিনিৰ্বাপক বাহিনী

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে তৎপৰতাত নিৰ্বাপিত হয় জুই ।

Fire at Hojai
হোজাইৰ লিংক ৰোডত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Jan 8, 2021, 10:48 PM IST

হোজাই, ৮ জানুৱাৰী : হোজাই জিলাৰ লংকা বজাৰৰ লিংক ৰোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । বিপ্লৱ দে নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি । চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে তৎপৰতাত নিৰ্বাপিত হয় জুই ।

Fire at Hojai
হোজাইৰ লিংক ৰোডত বিধ্বংসী অগ্নিকাণ্ড

লগতে পঢ়ক : ৰাজ্যজুৰি 10 জানুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.