নগাঁও ,18এপ্ৰিল : নগাঁও 10 নং লোকসভা সমষ্টিৰ নিজ নাৰিকলিৰ 142 নং এম ই স্কুলত ইভিএম বিকল । 52 জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় ই ভি এম টো ৷ প্ৰায় দুঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ হৈ পৰে কেন্দ্ৰটোত। ফলত ক্ষোভিত হৈ পৰে ভোটাৰ সকল। পৰৱৰ্তী সময়ত ভি ভি পেট সলাই দি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় ৷
নাৰিকলিত দুঘণ্টা ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহণ - অসমৰ নিৰ্বাচন
ই ভি এম বিসংগতিৰ ফলত দুঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ হৈ পৰে কেন্দ্ৰটোত। পৰৱৰ্তী সময়ত ভি ভি পেট সলাই দি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় ৷

নাৰিকলিত দুঘণ্টা ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহণ
নগাঁও ,18এপ্ৰিল : নগাঁও 10 নং লোকসভা সমষ্টিৰ নিজ নাৰিকলিৰ 142 নং এম ই স্কুলত ইভিএম বিকল । 52 জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় ই ভি এম টো ৷ প্ৰায় দুঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ হৈ পৰে কেন্দ্ৰটোত। ফলত ক্ষোভিত হৈ পৰে ভোটাৰ সকল। পৰৱৰ্তী সময়ত ভি ভি পেট সলাই দি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় ৷
নাৰিকলিত দুঘণ্টা ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহণ
নাৰিকলিত দুঘণ্টা ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহণ
Intro:নগাঁও ১০ নং লোকসভা সমষ্টিৰ নিজ নাৰিকলিৰ ১৪২ নং এম ই স্কুলত EVM বিকল । ৫২ জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় EVM টো ৷ প্ৰায় দুঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ হৈ পৰে কেন্দ্ৰটোত। ফলত ক্ষোভিত হৈ পৰে ভোটাৰ সকল। পৰৱৰ্তী VVPAT সলাই দি পুনৰ ভোট গ্ৰহণ আৰম্ভ কৰে।
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: