ETV Bharat / state

ভোটাৰ ৰাইজলৈ সজাগতা হোজাই জিলা প্ৰশাসনৰ

বুধবাৰে নিৰ্বাচনৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ হোজাই জিলা প্ৰশাসনৰ ৷ মহাবিদ্যালয় আৰু ৰাজহুৱা স্থানত বাটৰ নাট প্ৰদর্শন কৰি সজাগতাৰ সৃষ্টি জিলা প্ৰশাসনৰ ৷

election awareness
ভোটাৰ ৰাইজলৈ সজাগতা
author img

By

Published : Mar 17, 2021, 10:52 PM IST

হোজাই,17 মাৰ্চ : হোজাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ ভাৰতৰ নিৰ্বাচন আয়োগে ভোটদাতাৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ভোটদানৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে বিভিন্ন কার্যপন্থা অৱলম্বন কৰি আহিছে ।

election awareness
ভোটাৰ ৰাইজলৈ সজাগতা

এই সন্দৰ্ভত জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন মহাবিদ্যালয় আৰু ৰাজহুৱা স্থানত বাটৰ নাট প্ৰদর্শন কৰি সজাগতা আনিবলৈ চেষ্টা কৰে ৷ এক প্ৰেছ বিজ্ঞপ্তি যোগে জিলা জনসংযোগ বিভাগে জানিবলৈ দিয়ে ৷

election awareness
ভোটাৰ ৰাইজলৈ সজাগতা

লগতে পঢ়ক : খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.