ETV Bharat / state

ওপঙি থকা অৱস্থাত লংকাজানত উদ্ধাৰ মৃতদেহ - হোজাই

হোজাই জিলাৰ লংকাৰ 10 নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা লংকাজান জুৰিত ওপঙি থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ ৷

উপঙি থকা অৱস্থাত লংকাজানত উদ্ধাৰ মৃতদেহ
author img

By

Published : Oct 10, 2019, 2:50 PM IST

Updated : Oct 10, 2019, 3:36 PM IST

হোজাই, 10 অক্টোবৰঃ হোজাইৰ লংকাজানত মৃতদেহ উদ্ধাৰ ঘটনাক লৈ চাঞ্চল্য ৷ লংকাজান জুৰিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ ৷ হোজাই জিলাৰ লংকাৰ 10 নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা লংকাজানৰ জুৰিত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃত ব্যক্তিজন লংকাৰ এন এৰিয়াৰ প্ৰীতম পাল বুলি চিনাক্ত কৰা হৈছে ৷

লংকাজানত উদ্ধাৰ মৃতদেহ

যোৱা 8 অক্টোবৰ অৰ্থাৎ বিজয়া দশমী দিনাৰ পৰাই নিখোজ হৈ আছিল প্ৰীতম পাল নামৰ লোকজন ৷ পৰিয়ালৰ লোকে বহু সন্ধান চলাইছিল যদিও সন্ধান উলিয়াব পৰা নাছিল লোকজনৰ ৷ অৱশেষত বৃহস্পতিবাৰে পুৱা স্থানীয় লোকে লংকাজুৰিৰ পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰাতে সামগ্ৰীক ঘটনাটো পোহৰলৈ আহে ৷ এতিয়া এইয়া হত্যা নে দুৰ্ঘটনা সমগ্ৰ ৰহস্য আৰক্ষীৰ তদন্তৰ পাচতেই পোহৰলৈ আহিব ৷

Intro:লংকাজান জুৰিত উপঙী থকা অৱস্হাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ |Body:হোজাই জিলাৰ লংকাৰ ১০ নং ৱাডৰ কাষেৰে বৈ যোৱা লংকাজান জুৰিত উপঙী থকা অৱস্হাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ |
মৃত ব্যক্তি জন লংকাৰ এন -এৰিয়াৰ প্ৰীতম পাল বুলি চিনাক্ত |যোৱা ৮ অক্টোৱৰ বিজয়া দশমীৰ পৰা নিখোজ হৈ আছিল প্ৰীতম | ঘৰৰ পৰিয়ালে বহু বিচাৰ খোচাৰ কৰিও উলিয়াৱ পৰা নাচিল প্ৰীতমৰ সন্ধান | পিছত আজি পূৱা ভাগত স্হানীয় ৰাইজে জুৰিৰ পানীত উপঙী থকা অৱস্হাত প্ৰতক্ষ্য কৰাত সামগ্ৰীক ঘটনা পোহৰলৈ আহে |
দৰাচলতে এইয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈকে গম পোৱা হোৱা নাই |

BYTE: প্ৰীতমৰ পিতৃ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Oct 10, 2019, 3:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.