ETV Bharat / state

কৰ’ণা ভাইৰাছ সম্পৰ্কত ৰাইজলৈ আহ্বান যমুনামুখৰ বিধায়কৰ - কৰ’ণা ভাইৰাছ

কৰ’ণা ভাইৰাছৰ আতংকৰ প্ৰতি সজাগ হ’বলৈ ৰাজ্যবাসীক আহ্বান যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ ৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ থকা লোক সকলক উদ্ধাৰ কৰা কাৰ্যত ব্যস্ত হৈছে বিধায়কজন ৷

Abdul rahim ajmol request to public
কৰ’ণা ভাইৰাছ সম্পৰ্কত ৰাইজলৈ আহ্বান যমুনামুখৰ বিধায়কৰ
author img

By

Published : Apr 1, 2020, 7:39 PM IST

হোজাই,1 এপ্ৰিলঃ অসমত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যবাসীক আতংকিত নহৈ আইন-শৃংখলা মানি চলিবলৈ অনুৰোধ যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ ৷ সকলোকে সজাগ থকাৰ লগতে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ বিধায়কজনৰ ৷ ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ থকা লোক সকলক উদ্ধাৰ কৰা কাৰ্যত ব্যস্ত হৈছে বিধায়কজন ৷ সমান্তৰালকৈ দৰিদ্ৰ-শ্ৰমিক লোকসকলক পাৰ্যমানে সহায় আগবঢ়াইছে বিধায়ক গৰাকীয়ে ৷ বিপদগ্ৰস্থ লোকসকলক সহায় কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় বিধায়কজনে ৷

লগতে চাওকঃ গ্ৰাম্যাঞ্চলৰ লোকক অকলেই সজাগ কৰি ফুৰিছে এজন স্বাস্থ্যকৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.