হোজাই, 5 জুন : বিশ্ব পৰিৱেশ দিৱস,পৱিত্ৰ ঈদৰ উপলক্ষে লংকাত চাফাই অভিযান চলালে হিন্দু ঐক্যমঞ্চই ৷ গছপুলি ৰোপণৰ লগতে চাফাই অভিযানত চলাই ঐক্যমঞ্চৰ সদস্যসকলে । লগতে পূজাৰ পাচত পৰিত্যক্ত অৱস্থাত পেলাই থোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ বিসৰ্জন দিলে নৈত ৷ চহৰখনৰ বিভিন্ন স্থানত সংগ্ৰামী হিন্দু ঐক্যমঞ্চৰ প্ৰতিজন সদস্যই এইদৰেই গছপুলি ৰোপণ কৰাৰ সমান্তৰালভাৱে স্বচ্ছতাৰ দিশত লংকা চহৰখনক এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এনেদৰে চাফাই অভিযান চলায় ।
লংকাত হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান - হোজাই
লংকা চহৰৰ ভিন্ন স্থানত হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান ৷ পৰিত্যক্ত অৱস্থাত পেলাই থোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ কৰি বিসৰ্জন দিলে নৈত ৷
![লংকাত হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3481907-thumbnail-3x2-gjknkl.jpg?imwidth=3840)
হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান
হোজাই, 5 জুন : বিশ্ব পৰিৱেশ দিৱস,পৱিত্ৰ ঈদৰ উপলক্ষে লংকাত চাফাই অভিযান চলালে হিন্দু ঐক্যমঞ্চই ৷ গছপুলি ৰোপণৰ লগতে চাফাই অভিযানত চলাই ঐক্যমঞ্চৰ সদস্যসকলে । লগতে পূজাৰ পাচত পৰিত্যক্ত অৱস্থাত পেলাই থোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ বিসৰ্জন দিলে নৈত ৷ চহৰখনৰ বিভিন্ন স্থানত সংগ্ৰামী হিন্দু ঐক্যমঞ্চৰ প্ৰতিজন সদস্যই এইদৰেই গছপুলি ৰোপণ কৰাৰ সমান্তৰালভাৱে স্বচ্ছতাৰ দিশত লংকা চহৰখনক এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এনেদৰে চাফাই অভিযান চলায় ।
হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান
Intro:বিশ্ব পৰিৱেশ দিৱস,পৱিত্ৰ ঈদৰ দিনাই লংকাত হিন্দু ঐক্যমঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ ।Body:বিশ্ব পৰিৱেশ দিৱস,পৱিত্ৰ ঈদৰ দিনাই লংকাত হিন্দু ঐক্যমঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ ।
গছপুলি ৰোপণৰ লগতে চাফাই অভিযানত নামিল সকলো ।
পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ কৰি দিলে বিসৰ্জন ।
আজি ৫ জুন তাৰিখে সমগ্ৰ বিশ্ব জুৰি উদযাপন হৈছে বিশ্ব পৰিৱেশ দিৱস ।সমান্তৰাল ভাৱে ইছলাম ধৰ্মালম্বী প্ৰতিজন লোকে বুধবাৰে উদযাপন কৰিছে পৱিত্ৰ ঈদ উল ফিতৰ ।বিশ্ব পৰিৱেশ দিৱস আৰু ঈদৰ এই পৱিত্ৰ দিনটোত এলানী বিস্তৃত কাৰ্যসূচী তথা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখা গ'ল বৃহত্তৰ লংকা সংগ্ৰামী হিন্দু ঐক্যমঞ্চই ।এক বৃক্ষ দহ পুত্ৰ সম উক্ত বাক্যশাৰী সাৰোগত কৰি বিশ্ব পৰিৱেশ দিৱস আৰু পৱিত্ৰ ঈদৰ দিনটোৰ সৈতে সংগতি ৰাখি বৃহত্তৰ লংকা সংগ্ৰামী হিন্দু ঐক্য মঞ্চই গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নামি পৰিল চাফাই অভিযান ।চহৰ খনৰ বিভিন্ন স্থানত সংগ্ৰামী হিন্দু ঐক্যমঞ্চৰ প্ৰতিজন সদস্যই এই দৰেই গছপুলি ৰোপণ কৰাৰ সমান্তৰাল ভাৱে স্বচ্ছাতাৰ দিশত লংকা চহৰখনক এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যৰে চাফাই অভিযানত নামি পৰে ।তদুপৰি ,ৰাজপথৰ কাষে কাষে পৰিত্যক্ত অৱস্থাত পৰি থকা বিভিন্ন প্ৰতিমূৰ্তি সমূহ উদ্ধাৰ কৰি উপযুক্ত স্থানত বিসৰ্জন দিয়া পৰিলক্ষিত হয় ।ইফালে,এই কাৰ্যসূচীৰ অন্তত বৃহত্তৰ লংকা সংগ্ৰামী হিন্দু ঐক্য মঞ্চই লংকাৰ প্ৰতিজন নাগৰিকক চহৰ খন স্বচ্ছ আৰু নিকা ৰখাৰ স্বাৰ্থত আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
Conclusion:
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam