হোজাই , 16 ডিচেম্বৰ : হোজাই জিলাৰ অন্তৰ্গত নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ AS-21C-5216 নম্বৰৰ টেম্পুৰে যমুনামুখৰ পৰা হোজাইলৈ সৰবৰাহ কৰোতে চুপাৰীখিনি নীলবাগান আৰক্ষীয়ে জব্দ কৰে ৷ চুপাৰীখিনি ম্যানমাৰৰ বুলি সন্দেহ আৰক্ষীৰ ৷ অবৈধভাৱে চুপাৰীখিনি আনিছিল বুলি অভিযোগ ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
হোজাইত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী - burmese areca nut seized at hojai police
হোজাইৰ নীলবাগানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে চুপাৰীখিনি ৷
হোজাইত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী
হোজাই , 16 ডিচেম্বৰ : হোজাই জিলাৰ অন্তৰ্গত নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ AS-21C-5216 নম্বৰৰ টেম্পুৰে যমুনামুখৰ পৰা হোজাইলৈ সৰবৰাহ কৰোতে চুপাৰীখিনি নীলবাগান আৰক্ষীয়ে জব্দ কৰে ৷ চুপাৰীখিনি ম্যানমাৰৰ বুলি সন্দেহ আৰক্ষীৰ ৷ অবৈধভাৱে চুপাৰীখিনি আনিছিল বুলি অভিযোগ ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
Intro:হোজাই নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহত পৰিমানৰ বাৰ্মিজ চুপাৰি জব্দ ৷Body:হোজাই নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহত পৰিমানৰ বাৰ্মিজ চুপাৰি জব্দ ৷
AS21C 5216 নম্বৰৰ টেম্পুৰে যমুনামুখৰ পৰা হোজাইলৈ সৰবৰাহ কৰোতে নীলবাগান আৰক্ষীয়ে জব্দ কৰে চুপাৰীখিনি৷
চুপাৰীখিনি ম্যানমাৰৰ বুলি সন্দেহ আৰক্ষীৰ৷
ইমপোৰ্ট এক্সপোৰ্ট লাইচেঞ্চ নথকাকৈ ৰমৰমীয়া ব্যাৱসায় কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷
যমুনামুখৰ হানিফ মিঞা আৰু স্বাহাব উদ্দিনে অবৈধভাৱে চুপাৰীখিনি আনিছিল বুলি অভিযোগ কৰিছে ৰাইজে৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam