ETV Bharat / state

বৰ্নাত্যৰ কাষত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং - তুলিৰাম ৰংহাং

বৃহস্পতিবাৰে বন্যাৰ্তৰ বুজ লৈ শিবিৰে শিবিৰে বানসাহাৰ্য প্ৰদান কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ । আগন্তুক দিনতো বানাক্ৰান্তসকলক প্ৰযোজনীয় সা-সামগ্ৰী যোগান ধৰিব বুলি মন্তব্য তুলিৰাম ৰংহাঙৰ ৷

বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ

author img

By

Published : May 29, 2020, 1:01 PM IST

হোজাই, 29 মে’: শেহতীয়া বানৰ প্ৰকোপত ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । এফালে কোভিড-19 মহামৰীৰ ভয়াৱহ ৰূপ আৰু আনফালে বছৰৰ প্ৰথমটো বানৰ অবৰ্ণনীয় তাণ্ডৱ । বৃহস্পতিবাৰে বানৰ কৱলত পৰি অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈ ত্ৰিপাল বান্ধি আৰু শিবিৰ পাতি আশ্ৰয় লোৱা বানপীড়িত পৰিয়ালৰ কাষ চাপি সমস্যাৰ বুজ লয় কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্যবাহী সদস্য অমৰ ছিং তিচ্ছই ।

বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ
বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ
বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ
বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ
বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ
বন্যাৰ্তলৈ বানসাহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ

উল্লেখ্য যে, হঠাৎ বানাক্ৰান্তৰ কাষ চপা তুলিৰাম ৰংহাং আৰু তেওঁৰ সজাতি দলে শিবিৰে শিবিৰে গৈ বানসাহাৰ্য হিচাপে চাউল, দালি, নিমখ, মিঠাতেল, ত্ৰিপাল আদিৰ লগতে তৎকালীনভাৱে আৰ্থিক সাহাৰ্য প্ৰদান কৰে বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, অনাগত দিনত বানাক্ৰান্তসকলৰ মাজত আৱশ্যকীয় সকলোবোৰ খাদ্য সামগ্ৰী আৰু প্রয়োজনীয় সা-সুবিধা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

লগতে পঢ়ক: বানত উটি গ'ল যুৱক : ডবকাত NDRF বাহিনীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.