ETV Bharat / state

হোজাইত বজ্ৰপাত পৰি নিহত এজন

author img

By

Published : Jun 7, 2019, 11:20 PM IST

দিনৰ দুপৰীয়া ভাগত হঠাৎ অহা বিজুলী-ঢেৰেকনিৰ সময়ত ব্ৰজপাত পৰি নিহত হয় গাঁওখনৰ মানিক আহমেদ নামৰ সৰবৰহী যুৱকজন৷

হোজাইত বজ্ৰপাত পৰি নিহত এজন

হোজাই, 7 জুনঃ হোজাইৰ ডবকাত অঘটন৷ ব্ৰজপাত পৰি নিহত হ'ল মানিক আহমেদ নামৰ এজন ব্যৱসায়ী লগতে আহত হয় মানিকৰ দুই ভাতৃ৷ হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী মেথিগাঁৱত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই কাণ্ড৷ দিনৰ দুপৰীয়া ভাগত হঠাৎ অহা বিজুলী-ঢেৰেকনিৰ সময়ত ব্ৰজপাত পৰি নিহত হয় গাঁওখনৰ মানিক আহমেদ নামৰ সৰবৰহী যুৱকজন৷

হোজাইত বজ্ৰপাত পৰি নিহত এজন

ব্ৰজপাত পৰাৰ লগে লগে মানিকক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে ডবকা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মানিকক মৃত ঘোষণা কৰে৷ ব্ৰজপাতত মানিকৰ দুই ভাতৃ শ্বহীদ আহমেদ আৰু হুছেইন আহমেদ গুৰুতৰ ভাৱে আহত হয় ৷ আহত দুয়োজনকে ডবকা চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ পেছাত ব্যৱসায়ী মানিকৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক৷ উল্লেখ্য যে বিগত বৰ্ষতো মানিকৰ ঘৰত ব্ৰজপাত পৰি আহত হৈছিল পৰিয়ালৰ দুজন লোক৷

Intro:হোজাইৰ ডবকাত অঘটন৷Body:হোজাইৰ ডবকাত অঘটন৷

ব্ৰজপাত পৰি নিহত হল মানিক আহমেদ নামৰ এজন ব্যৱসায়ী৷

লগতে আহত হয় মানিকৰ দুই ভাতৃ৷

হোজাই জিলাৰ ডবকাৰ সমীপবৰ্তী মেথিগাঁৱত আজি দিনৰ ভাগত সংঘটিত হয় এক অঘটন৷দিনৰ দুপৰীয়া ভাগত হঠাৎ অহা বিজুলী-ঢেৰেকনিৰ সময়ত ব্ৰজপাত পৰি নিহত হয় গাঁৱখনৰ মানিক আহমেদ নামৰ সৰবৰহী যুৱকজন৷ ব্ৰজপাত পৰাৰ লগে লগে মানিকক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে ডবকা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ব্ৰজপাতত মানিকৰ দুই ভাতৃ শ্বহীদ আহমেদ আৰু হুছেইন আহমেদ গুৰুতৰ ভাৱে আহত হয়৷আহত দুয়োজনকে ডবকা চিকিৎসালয়ত ভৰ্তি কৰা
হয়৷পেছাত মুৰগী ব্যৱসায়ী মানিকৰ মৃত্যুত শোকত ভাঁগি পৰিছে পৰিয়ালৰ লোক৷উল্লেখ্য যে বিগত বৰ্ষতো মানিকৰ ঘৰত ব্ৰজপাত পৰি আহত হৈছিল পৰিয়ালৰ দুজন লোক৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.