ETV Bharat / state

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ' মুকলি চছিয়েল মিডিয়াত - গণধৰ্ষণ কাণ্ড

এগৰাকী যুৱতী নিজ ভিনিহিয়েকৰ লগত আলহী খাবলৈ গৈ ওভটাৰ পথত বাট আগুচি ধৰে পাচঁজন লোকে৷ ভিনিহিয়েক জনক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণ কৰে পাচঁজন যুৱকে৷ ইয়াৰ পিচতো ধৰ্ষণৰ ভিডিঅ প্ৰস্তুত কৰি এই দৃশ্য এৰি দিয়ে ছ'চিয়েল মিডিয়াত ৷

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ মুকলি চছিয়েল মিডিয়াত
author img

By

Published : Apr 24, 2019, 10:38 PM IST

হোজাই, 24 এপ্ৰিলঃ হোজাই ডবকাৰ দীলজাৰুনী গাঁৱৰ শালবাগানত সংঘটিত হয় গণধৰ্ষণ কাণ্ড ৷ পাঁচ নৰপিশাচৰ কামনাৰ বলি হয় এগৰাকী যুৱতী। ইমানতে শান্ত নাথাকি ধৰ্ষনকাণ্ডৰ ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত মুকলি কৰে ধৰ্ষণৰ ভিডিঅ'। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক জঘন্য ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত দীঘলজাৰুনী গাঁৱৰ শালবাগানত৷

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ মুকলি চছিয়েল মিডিয়াত

ঘটনা সন্দৰ্ভত এগৰাকী যুৱতী নিজ ভিনিহিয়েকৰ লগত আলহী খাবলৈ গৈ ওভটাৰ পথত বাট আগুচি ধৰে পাচঁজন লোকে৷ ভিনিহিয়েক জনক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণ কৰে পাচঁজন যুৱকে৷ ইয়াৰ পিচতো ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি এই দৃশ্য এৰি দিয়ে ছ'চিয়েল মিডিয়াত ৷

পৰৱৰ্তী সময়ত যুৱতী আৰু পৰিয়ালে ডবকা থানাত এজাহাৰ দাখিল কৰে ৷ আনহাতে গণধৰ্ষণৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে ৷ সোধপোচৰ বাবে ভূক্তভোগীৰ ভিনিয়েক ফয়জুৰ হককো আটক কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে গোলাপ হুছেইন, চহীদ আহমেদ আৰু দিলুৱাৰ হুছেইন ৷ আন দুজন অপৰাধী ক্ৰমে আব্দুল মতিন আৰু আলিম উদ্দিন বৰ্তমান পলাতক যদিও অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ইতিমধ্যে ডবকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

Intro:হোজাই ডবকাৰ দীলজাৰুনী গাৱৰ শালবাগানত গনধৰ্ষন কাণ্ড ৷ Body:হোজাই ডবকাৰ দীলজাৰুনী গাৱৰ শালবাগানত গনধৰ্ষন কাণ্ড ৷ পাঁচ নৰপিশাচৰ কামনাৰ বলি হল এগৰাকী যুৱতি। ধৰ্ষনকাণ্ডৰ ভিডিঅ কৰি নৰপিশাচ কেইটাই মুকলি কৰি দিলে চছিয়েল মেডিয়াত।

এক জঘণ্য ঘটনাই জোকাৰিছে সমগ্ৰ হোজাই জিলা ৷ হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত দীঘলজাৰুনী গাৱৰ শালবাগানত সংঘটিত হৈছে পৈশাচিক ঘটনা ৷ এগৰাকী যুৱতী নিজ ভিনীহিৰ লগত গৈছিল আলহী খাবলৈ ৷ ওভতি আহোতে বাট আগুচি ধৰিছিল পাচটাকৈ পাষণ্ডই ৷ ভিনিহী গৰাকীক আক্ৰমণ কৰি যুৱতীক লৈ গৈছিল ঘন জংগলৰ মাজলৈ ৷ আৰু তাৰ পাছতে সংঘটিত কৰিছিল এই ভয়ানক কাণ্ডটো ৷ এটাৰ পাছত আনটো নৰপিশাচে কৰি গৈছিল ধৰ্ষণ ৷ কেৱল ধৰ্ষনেই নহয় , ধৰ্ষণৰ ভিডিঅও প্ৰস্তুত কৰে পাষণ্ড কেইটাই ৷ তাৰ পাছতে দৃশ্য এৰি দিয়ে চছিয়েল মিডিয়াত ৷ যুৱতী গৰাকীয়ে কাকুতি মিনতি কৰিও নিজকে ৰক্ষা কৰিব নোৱাৰিলে নৰ পিশাচ কেইটাৰ পৰা ৷

যুৱতী আৰু পৰিয়ালে সমগ্ৰ ঘটনা বিৱৰী ডবকা থানাত এজাহাৰ দাখিল কৰিছে।

ইফালে এই গনধৰ্ষনৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ডবকা আৰক্ষীয়ে ৷ সোধপোচৰ বাবে ভূক্তভোগীৰ ভিনিয়েক ফয়জুৰ হককো আটক। গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হল ক্ৰমে গোলাপ হুছেইন, শ্বহীদ আহমেদ আৰু দিলুৱাৰ হুছেইন ৷ বাকী আন দুটা অপৰাধী ক্ৰমে আব্দুল মতিন আৰু আলিম উদ্দিন পলাতক হৈ আছে।ধৃত আটাইকেইজনৰেই ঘৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলজাৰুনী গাৱত ৷ গোলাপ হুছেইন নামৰ যুৱক জনৰ নেতৃত্বতেই এই ঘটনাটো সংগঠিত হৈছে বুলি জানিব পৰা গৈছে ৷ বাকী কেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ইতিমধ্যে ডবকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.