ETV Bharat / state

তিনি হাজাৰ অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Jun 10, 2020, 12:35 AM IST

অসমত পুনৰ 113 গৰাকী লোকৰ দেহত চিনাক্ত ক'ভিড-19 ৷ বৰ্তমানলৈকে অসমত আক্ৰান্ত হৈছে মুঠ 3050 গৰাকী লোক ৷

assam covid-19 positive case crossed 3k
assam covid-19 positive case crossed 3k

নিউজ ডেস্ক, 9 জুন : অসমত পুনৰ 113 গৰাকী লোকৰ দেহত চিনাক্ত ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে এই কথা ৷ মঙলবাৰৰ দিনটোত চিনাক্ত হোৱা মুঠ ৰোগীৰ সংখ্যা 215 গৰাকী ৷

শেহতীয়াকৈ চিনাক্ত হোৱা 113 গৰাকী ৰোগীৰ ভিতৰত হোজাইৰ 21 গৰাকী, ওদালগুৰিৰ 17 গৰাকী, নগাঁৱৰ 16 গৰাকী, বৰপেটাৰ 12 গৰাকী, গোৱালপাৰাৰ 9 গৰাকী, বঙাইগাঁৱৰ 5 গৰাকী, কামপৰূপ মেট্ৰ'ৰ 4 গৰাকী, ডিব্ৰুগড় জিলাৰ 3 গৰাকী, যোৰহাটৰ 2 গৰাকী, কৰিমগঞ্জ, চিৰাঙ, বশিষ্ঠত এগৰাকীকৈ আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত এগৰাকীৰ দেহত পোৱা গৈছে ক'ভিড-19 ৷

  • 📌Alert ~ 113 new #COVID19+

    21 Hojai, 20 U'guri, 17 T'kia, 16 Nagaon, 12 Barpeta, 9 G'para, 5 Bongaigaon, 4 Kamrup M, 3 D'garh, 2 Jorhat, 1 Chirang, 1 K'ganj, 1 Basistha, 1 MMCH

    ↗️Total cases 3050
    ↗️Recovered 1097
    ↗️Active cases 1945
    ↗️Deaths 05

    11:55 PM/June 9/Day's total 215 pic.twitter.com/PK4X56POGZ

    — Himanta Biswa Sarma (@himantabiswa) June 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমানলৈকে অসমত আক্ৰান্ত হৈছে মুঠ 3050 গৰাকী লোক ৷ ইয়াৰে 1097 গৰাকীক ইতিমধ্যে চিকিৎসাৰ অন্তত অব্যাহতি দিয়া হৈছে আৰু 1945 গৰাকীৰ চিকিৎসা অব্যাহত আছে ৷ বৰ্তমানলৈকে ৰাজ্যত ক'ভিড-19ৰ ফলত মৃত্যু হৈছে 5 জনৰ ৷

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.