ETV Bharat / state

হোজাইৰ লংকাত বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট - স্থানীয় নিবনুৱাৰ সংখ্যা বৃদ্ধি

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ লগত সংগতি ৰাখি হোজাইৰ লংকাত বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ যোগেদি বহিৰাগত বনিয়াৰ হাতত গটাই দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে কৰ্মীসকলে ৷

as_hojai_APDCL_protest_img_10015
হোজাই লংকাত বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Nov 26, 2020, 7:03 PM IST

হোজাই, 26 নৱেম্বৰ : লংকাত অসম শক্তি বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ লগত সংগতি ৰাখি হোজাই জিলাৰ বিদ্যুৎ কৰ্মচাৰী সকলেও লংকা বৈদ্যুতিক খণ্ডৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন বৈদ্যুতিক নীতিৰ জৰিয়তে ৰাজ্যসমূহৰ বিদ্যুৎখণ্ডক ব্যক্তিগতকৰণৰ যোগেদি বহিৰাগত বনিয়াৰ হাতত গটাই দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে কৰ্মীসকলে ৷

as_hojai_APDCL_protest_img_10015
হোজাই লংকাত বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীসকলৰ অভিযোগ বহিৰাগত বনিয়াৰ হাতত গটাই দিয়াৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধিকে ধৰি, স্থানীয় নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ লগতে, অসমীয়া কৰ্মচাৰীৰ ওপৰত শোষন চলিব ৷ যদিহে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়াহ'লে অনাগত দিনত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

এই আন্দোলনৰ যোগেদি কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰক জাতীয় সম্পদসমূহ বহিৰাগত বনিয়াৰ হাতত গটাই নিদিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ জাতীয় সংগঠনসমূহক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.