ETV Bharat / state

অসমজুৰি কৰ্ম বিৰতিৰ হুংকাৰ সদৌ অসম চাফাই কৰ্মীৰ - কৰ্ম বিৰতিৰ হুংকাৰ

আগন্তুক পৌৰ সভাৰ নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ পূৰণ নকৰিলে ৰাজ্যজুৰি কৰ্ম বিৰতিৰ হুংকাৰ চাফাই কৰ্মীসকলৰ ৷ হোজাই জিলাৰ লংকা পৌৰ সভাৰ কাৰ্যালয়ত একাধিক দাবী (Demand for resolve of burning issues of Safai karmi ) সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰি এই মন্তব্য দিলে সদৌ অসম চাফাই কৰ্মী সন্থাৰ সভাপতি ভীম বাস্ফৰে ।

Safai Karmi shouts to stop work
অসমজুৰি কাম বন্ধ কৰাৰ হুংকাৰ সদৌ অসম চাফাই কৰ্মীৰ
author img

By

Published : Dec 17, 2021, 10:39 PM IST

হোজাই, 17 ডিচেম্বৰ: ৰাজ্যত পৌৰ সভাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে তেওলোকৰ দাবীসমূহ পূৰণ নকৰিলে ২০২২ৰ ফেব্ৰুৱাৰীৰ পৰা অসমজুৰি কৰ্ম বিৰতিৰ হুংকাৰ দিছে সদৌ অসম চাফাই কৰ্মী সন্থাই । হোজাই জিলাৰ লংকা পৌৰ সভাৰ কাৰ্যালয়ত একাধিক দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰি এই মন্তব্য দিয়ে সদৌ অসম চাফাই কৰ্মী সন্থাৰ সভাপতি ভীম বাস্ফৰে ।

অসমজুৰি কাম বন্ধ কৰাৰ হুংকাৰ সদৌ অসম চাফাই কৰ্মীৰ

চাফাই কৰ্মীসকলে উত্থাপন কৰা দাবীসমূহ হৈছে, কৰ্মীসকলক সুকীয়াকৈ থকাৰ বাবে বাবে মাটিৰ ব্যৱস্থা কৰা, মাহেকীয়া মাছুল বৃদ্ধি কৰা, পুৰণি কৰ্মীসকলক স্থায়ীভাৱে সংস্থাপনৰ লগতে আৰু নতুন লোকক কৰ্মসংস্থাপন দিয়া ইত্যাদি । ইতিমধ্যে অসমৰ ২৮ খন জিলাৰ পৌৰ সভাৰ কাৰ্যালয়ত এইসমূহ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি জনালে চাফাই কৰ্মীৰ ৰাজ্যিক সভাপতি ভীম ভাস্ফৰে (Demand for resolve of burning issues of Safai karmi ) ।

ৰাজ্য চৰকাৰে উক্ত দাবীসমূহ পূৰণ নকৰিলে অসমজুৰি থকা প্ৰায় ১০ লাখ চাফাই কৰ্মীয়ে একেলগে কৰ্মবিৰতি ঘোষণা কৰাৰ হুংকাৰ দিলে ৰাজ্যিক সভাপতি ভীম ভাস্ফৰে ।

লগতে পঢ়ক: D Voters Protest: ডি ভোটাৰৰ তথ্য নাই চৰকাৰৰ হাতত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.