ETV Bharat / state

হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ

বীজ পামত শুকুৰবাৰে 12 হেক্টৰ ভূমিত সিঁচা কঠিয়া খেতিয়কৰ মাজত বিতৰণ কৰে হোজাইৰ কৃষি বিভাগে ।

Hojai agriculture department intention
হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ
author img

By

Published : Jul 31, 2020, 2:54 PM IST

হোজাই, 31 জুলাই : হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ ৷ হোজাইৰ যোগীজান বৰপুখুৰী কৃষি বীজ পামত শুকুৰবাৰে 12 হেক্টৰ ভূমিত সিঁচা কঠিয়া খেতিয়কৰ মাজত বিতৰণ কৰে হোজাইৰ কৃষি বিভাগে । হোজাই জিলাত মুঠ সাত ঠাইত প্ৰায় 50 হেক্টৰ মাটিত সিঁচা কঠিয়াই 1,875 জন কৃষকক উপকৃত কৰিব বুলি হোজাইৰ জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জানিবলৈ দিয়ে । শুকুৰবাৰে প্ৰথম দিনা প্ৰায় 10 জন কৃষকক কঠিয়া বিতৰণ কাৰ্যসূচীৰ আৰম্ভ কৰে জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই । পৰৱৰ্তী সময়ত আন কৃষকসকলকো প্ৰয়োজন অনুসৰি কঠিয়াসমূহ লৈ যাব পাৰিব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.