ETV Bharat / state

নগাঁও এতিয়া ৰকিবুলৰ হুছেইনৰ কথামতে নচলিব; কোনে কিয় কলে? - meeting

ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰচাৰ সভাৰ মাজতেই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ বাক্যৰে কটাক্ষ ৷

Himanta Biswa Sarma meeting
author img

By

Published : Apr 10, 2019, 10:46 PM IST

হোজাই , 10 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশেষ তৎপৰ হৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড: হিমন্ত বিশ্ব শৰ্মা ৷ এখনৰ পাচত আনখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী গৰাকীয়ে ৷

ড: হিমন্ত বিশ্ব শৰ্মাৰ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ

মংগলবাৰে লামডিং সমষ্টিৰ কাকীত 10 নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতেই পুনৰ বুধবাৰে লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী শৰ্মাই | মুঠৰ ওপৰত,10 নং নগাঁও লোকসভা সমষ্টিত বিজেপিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ এইদৰেই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে মন্ত্ৰী ড: শৰ্মাই |অনুৰূপ ধৰণে,বুধবাৰেও হেলিকপ্টাৰ যোগে লংকাত উপস্থিত হৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি 10 নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে ৷ প্ৰচাৰ সভাৰ মাজতেই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ বাক্যৰে কটাক্ষ কৰি নগাঁও এতিয়া ৰকিবুলৰ হুছেইনৰ কথামতে নচলিব বুলি মত প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰদান কৰে |

Intro:আগন্তুক লোকসভা নিৰ্বাচনকলৈ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ |Body: 1.আগন্তুক লোকসভা নিৰ্বাচনকলৈ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ |

2.ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ গৈ নগাঁও লোকসভা সমষ্টিত মাৰাথান প্ৰচাৰ |

3.ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই |

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশেষ তৎপৰ হৈ পৰিছে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা |এখনৰ পিছত আন এখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী গৰাকীয়ে |মংগলবাৰে লামডিং সমষ্টিৰ কাকীত ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতেই পুনৰ বুধবাৰে লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই |মুঠৰ ওপৰত,১০ নং নগাঁও লোকসভা সমষ্টিত বিজেপিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ এইদৰেই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে মন্ত্ৰী ড: শৰ্মাই |অনুৰূপ ধৰণে,বুধবাৰেও হেলিকপ্টাৰ যোগে লংকাত উপস্থিত হৈ এই দৰেই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে |প্ৰচাৰ সভাৰ মাজতেই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ বাক্য বাণেৰে কটাক্ষ কৰি নগাঁও এতিয়া ৰকিবুলৰ হুছেইনৰ কথামতে নচলিব বুলি মত প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰদান কৰে |

Speech Himanta Biswa sarma.

V. O. 2.
ইফালে,মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতেই পৰিলক্ষিত হয় আন এক দৃশ্য |প্ৰখৰ ৰ'দকো নেওচি নিৰ্বাচনী সভাখনত উপস্থিত হৈছেিল লংকাৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ লোক |Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.