- হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মুখত পিতনিৰ মাজত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
- মৃত ব্যক্তি জন লংকাৰ ধৰণীপাৰাৰ গোপাল মণ্ডল বুলি চিনাক্ত পৰিয়ালৰ লোকৰ
- মৃত ব্যক্তি জনৰ বয়স ৪৫ বছৰ
- দুদিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল গোপাল মণ্ডল
- এয়া হত্যা নে আত্মহত্যা বৰ্তমান ৰহস্যৰ আৱৰ্তত
হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ - গোপাল মণ্ডলৰ মৃতদেহ উদ্ধাৰ
হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মুখত নলাৰ পিতনিৰ মাজত পৰিত্যক্ত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ

হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ
- হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মুখত পিতনিৰ মাজত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
- মৃত ব্যক্তি জন লংকাৰ ধৰণীপাৰাৰ গোপাল মণ্ডল বুলি চিনাক্ত পৰিয়ালৰ লোকৰ
- মৃত ব্যক্তি জনৰ বয়স ৪৫ বছৰ
- দুদিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল গোপাল মণ্ডল
- এয়া হত্যা নে আত্মহত্যা বৰ্তমান ৰহস্যৰ আৱৰ্তত
হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ
Intro:পিতনিৰ মাজৰ পৰিতক্ত অৱস্হাত এজন পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ | অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য |Body:হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মূখত নলাৰ পিতনিৰ মাজৰ পৰিতক্ত অৱস্হাত এজন পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ | অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য |
হোজাই জিলাৰ লংকাৰ ৰেল ষ্টেচনৰ সম্মূখৰ নলাৰ পিতনৰ মাজৰ পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ | মৃত ব্যক্তি জনৰ লংকাৰ ধৰণীপাৰাৰ গোপাল মণ্ডল বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে | মৃত ব্যক্তি জনৰ বয়স ৪৫ বছৰ | উল্লেখ যে, দুদিন ধৰি ঘৰৰ পৰা নিখোজ হৈ আছিল গোপাল | ঘৰৰ পৰিয়ালে নিজ আত্মীয়ৰ লগতে সকলোতে বিচাৰ খুচাৰ কৰিছিল যদিও সুংসুত্ৰ উলিয়াই পৰা নাচিল গোপালৰ | পিছত আজি পূৱা ভাগত মৃত দেহটো উদ্ধাৰ হোৱাত অঞ্চলজুৰি হৈ চৈ লগাত পৰিয়ালৰ লোকে মৃতদেহটোত গোপালে পৰিধান কৰা সাজ-পোছাক দেখি চিনাক্ত কৰে | এয়া হত্যা নে আত্মহত্যা সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিৱ |
BYTE: গোপালৰ ভাতৃ |Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam