ETV Bharat / state

কোনদিশে চৰকাৰী শিক্ষা? চাওক হাইলাকান্দিৰ বিদ্যালয়ৰ নমুনা

সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান বড়ভূঞাই বিদ্যালয়ৰ শৌচালয়ৰ পৰা বিদ্যালয়ৰ নাম ফলক আনি বিদ্যালয়ৰ আগফালে লগাই দিয়ে ৷

author img

By

Published : May 9, 2019, 2:32 PM IST

হাইলাকান্দি জিলাৰ এখন আজৱ বিদ্যালয় !

হাইলাকান্দি , 09 মে': হাবি-জংঘলে আৱৰি ধৰিছে হাইলাকান্দিৰ এখন বিদ্যালয় ৷ জিলাখনৰ বাউৰঘাট দ্বিতীয়খণ্ড প্ৰাথমিক বিদ্যালয়খনত শিক্ষা বিভাগৰ অৱহেলাৰ ফলত চূড়ান্ত অৰাজক পৰিৱেশ বিৰাজ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কেৱল বিদ্যালয়খনৰ বাহিৰতেই নহয়, বিদ্যালয়খনৰ ভিতৰ ভাগৰো একেই অৱস্থা ৷ বোকাত পোত খাই আছে বিদ্যালয়ৰ শ্ৰেণীকক্ষ ৷

হাইলাকান্দি জিলাৰ এখন আজৱ বিদ্যালয় !

ইপিনে বিদ্যালয়খনত 10 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে 2 গৰাকী শিক্ষক ৷ তদুপৰি প্ৰায়ে বন্ধ থাকে বিদ্যালয়খন ৷ আজি সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান বড়ভূঞাই বিদ্যালয়ৰ শৌচালয়ৰ পৰা বিদ্যালয়ৰ নাম ফলক আনি বিদ্যালয়ৰ আগফালে লগাই দিয়ে ৷

SLUG :: ফুলনি মানে বাগিচা নহয়! এতিয়া বিদ্যালয় মানে বাগিচা। 

  FEED@ FTP (AS_HKD_9MAY_801_TO_801_VISUAL_AND_BYTE_AS10008)
SCRIPT@ MAIL

O/C :: হাইলাকান্দি জিলাৰ এখন আজব বিদ্যালয়। বিদ্যালয়খনৰ অবস্থা দেখিলে আপুনাৰ চকু কপালত উঠিব। অতি জৰাজীৰ্ণ অবস্থাত থকা এইখন বিদ্যালয় বৰ্তমানে পৰিণত হৈছে শাক পাচলীৰ বাগিচাত। 

V/O :: ফুলনী মানে বাগিচা নহয়। এতিয়া বিদ্যালয় মানে বাগিচা। হয় Tv screen'ত প্ৰত্যক্ষ কৰা এই দৃশ্যটো কোন শাক পাচলীৰ বাগিচাৰ দৃশ্য নহয়। এয়া হাইলাকান্দি জিলাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। এনেই পাচলীৰ বাগিচাত পৰিণত হৈছে বিদ্যালয়খন। বিদ্যালয়ৰ নাম বাউৰঘাট দ্বিতীয়খণ্ড প্ৰাথমিক বিদ্যালয়। জিলাৰ শিক্ষা বিভাগৰ অবহেলাৰ ফলত এই অবস্থাত পৰিণত হৈছে বিদ্যালয় খন। কেবল বাহিৰৰ নহয়, একেই অবস্থা বিদ্যালয়ৰ ভিতৰৰ ও। বুকায় ভৰ্তি বিদ্যালয়ৰ শ্ৰেণী কক্ষ। শ্ৰেণী নহয় যেন এক পথাৰ। বিদ্যালয়ত আছে ১০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে ২ গৰাকী শিক্ষক। দিনৰ পৰ দিন বিদ্যালয় থাকে বন্ধ অবস্থাত। আজি সংবাদ মাধ্যমৰ প্ৰতিনিধি সকল বিদ্যালয়ত উপস্হিত হোৱাৰ পিছত স্কুলত থকা শৌচালয়ৰ পৰা বিদ্যালয়ৰ ছাইন বোৰ্ডখন আনি ওলমালে প্ৰধান শিক্ষক আজিজুৰ ৰহমান বড়ভূঞায়।  তেওঁ আন এক মহৎ প্ৰতিভাৰ অধিকাৰী। প্ৰধান শিক্ষক গৰাকীয়ে নজানে অসমৰ শিক্ষা মন্ত্ৰী অাৰু ৰাজ্যপালৰ নাম। কিন্তু তাৰ পিছতো বছৰৰ পৰা বছৰ ধৰি এনে অবস্হাত শিক্ষা দান কৰি আছে শিক্ষকজনে। 

byte :: Head teacher 

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.