ETV Bharat / state

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসৰ ভোটদান - স্বৰুপ দাস

কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা জয়ী হ'লে প্ৰথমে কাছাৰ পেপাৰ মিল মুকলি কৰিব বুলি মন্তব্য কংগ্ৰেছী প্ৰাৰ্থী গৰাকীৰ ৷

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰুপ দাসৰ ভোটদান
author img

By

Published : Apr 18, 2019, 10:05 AM IST

কৰিমগঞ্জ , 18 এপ্ৰিল : আজি 5 টা সমষ্টিত অনুষ্ঠিত হয় 2019 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কৰিমগঞ্জতো কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰুপ দাসৰ ভোটদান

পুৱা মন্দিৰত পূজা দি আহি নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে ৷ ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছী প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি কয় যে তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব বুলি আশাবাদী ৷ লগতে কয় যে তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা জয়ী হ'লে প্ৰথমে কাছাৰ পেপাৰ মিল মুকলি কৰিব ৷

Slug:-কৰিমগজ্ঞ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰুপ দাসে ভোটদান কৰিলে।

O/C:-কৰিমগজ্ঞ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰুপ দাসৰ ভোটদান। আজি কৰিমগজ্ঞ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰুপ দাসে ৰাতিপোৱা মন্দিৰত পূজা দি আহি নিজ ভোট কেন্দ্ৰত উপস্থিত হয় নিজৰ ভোটাদিকাৰ প্ৰয়োগ কৰিলে। ভোটাদিকাৰ প্ৰয়োগ কৰি আহি সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি কয় যে তেও কৰিমগজ্ঞ লোকসভা সমষ্টিৰ পৰা জয়ী হব বুলি আশাবাদি প্ৰাৰ্থী গৰাকী ।লগতে কয় যে তেও কৰিমগজ্ঞ লোকসভা সমষ্টিৰ পৰা জয়ী হলে প্ৰথম কাম হব  কাছাড় পেপাৰ মিলৰ খোলা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.