ETV Bharat / state

হাইলাকান্দিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

author img

By

Published : Sep 12, 2020, 6:28 PM IST

12 ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হৈছে হাইলাকান্দিত ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷

SNAKE RECOVER  AT HAILAKANDI
হাইলাকান্দিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ

হাইলাকান্দিত, 12ছেপ্তেম্বৰঃ শনিবাৰে ৰাতিপুৱা হাইলাকান্দিত জিলাৰ জামিৰা জিপিৰ বকতল গাঁৱত উদ্ধাৰ প্ৰকাণ্ড অজগৰ ৷ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷

হাইলাকান্দিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ইপিনে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ 12 ফুট দীঘল অজগৰ ডাল উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিব বুলি জানিবলৈ দিয়ে ৷ অজগৰডাল উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃ জাগীৰোড কাগজ কল পুনৰুজ্জীত কৰাৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.