ETV Bharat / state

উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত - উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সিমান্ত

মঙলবাৰে পুনৰ উত্তপ্ত হয় হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চল । মিজোৰামৰ MZP নামৰ সংগঠনে অসমৰ ভূমি দখল কৰাৰ চেষ্টাৰ ফলত সৃষ্টি হয় উত্তেজনাৰ ।

উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সিমান্ত
author img

By

Published : May 7, 2019, 4:46 PM IST

Updated : May 7, 2019, 5:17 PM IST

হাইলাকান্দি, 7 মে‘: অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ ৷ মিজো ছাত্ৰ সংঘঠনৰ নেতৃত্বত অসমৰ ভূমিত নিৰ্মাণ কাৰ্য চলোৱাৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। ইয়াকে লৈ মঙলবাৰে উত্তপ্ত হৈ পৰে হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত।

উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সিমান্ত

উল্লেখ্য,সোমবাৰে হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত থকা কচুৰথল অঞ্চলত মিজোৰামৰ এম জি পি (MZP) নামৰ সংগঠনৰ নেতৃত্বত এক নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে প্ৰস্তুতি চলায় একাংশ যুৱকে মিজো যুৱকে ৷ ইয়াৰ পিচতে আজি উত্তপ্ত হৈ পৰে কচুৰথল অঞ্চল। স্থানীয় দল সংগঠনে আজি এই বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভিত্তি প্ৰস্তৰৰ বোৰ্ডখন তাৰ পৰা আতৰাই লৈ আহে। পিছত অসম আৰু মিজোৰাম আৰক্ষী কচু্ৰথল অঞ্চলত স্থানীয় দল সংগঠনৰ সৈতে এক সভাত মিলিত হৈ অতি সোনকালে এই বিষয়ৰ স্থায়ী সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷

SLUG :: পুনৰ উত্তপ্ত হাইকান্দিৰ অসম মিজোৰাম সিমান্ত।

O/C :: আজি পুনৰ উত্তপ্ত হৈ উঠে হাইলাকান্দিৰ অসম মিজোৰাম সিমান্তৰ কচুৰথল অঞ্চল। পুনৰ মিজোৰামৰ MZP নামৰ সংঘঠনে অসমৰ ভূমিত জবৰদখল কৰাৰ চেষ্টাৰ ফলত সৃষ্ঠি হয় উত্তেজনাৰ। 

V/O :: পুনৰ অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ। মিজো ছাত্ৰ সংঘঠনৰ নেতৃত্বত অসমৰ ভূমিত নিৰ্মাণ কাৰ্য চলোৱাৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সিমান্ত। 
যোৱা কালি হাইলাকান্দিৰ অসম মিজোৰাম সিমান্তত থকা কচুৰথল অঞ্চলত মিজোৰামৰ MZP নামৰ সংঘঠনৰ নেতৃত্বত এটা নিৰ্মাণ কাৰ্য চলোৱাৰ ভিত্তি প্ৰস্তৰ স্থাপন কৰা কৰে একাংশ যুবকে। এই ভিত্তি প্ৰস্তৰ স্থাপন কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ কচুৰথল অঞ্চল। স্থানীয় দল সংঘঠনে আজি এই বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে বন বিভাগ ঘটনা স্থলিত উপস্হিত হৈ ভিত্তি প্ৰস্তৰৰ বোৰ্ডখন তাৰ পৰা আতৰাই লৈ আহে। পিছত অসম আৰু মিজোৰাম আৰক্ষী কচু্ৰথল অঞ্চলত স্থানীয় দল সংঘঠনৰ সৈতে এক সভাত মিলিত হৈ অতি সোনকালে এই বিষয়ৰ স্থায়ী সমাধান কৰা হব বুলি অাস্বাস প্ৰদান কৰে। 

byte :: 
1. Forest officer
2. Local

######
Last Updated : May 7, 2019, 5:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.