ETV Bharat / state

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰব এছ. চি. দে' মহাবিদ্যালয়

author img

By

Published : Jul 29, 2019, 2:48 PM IST

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ হাইলাকান্দিৰ এছ. চি. দে' মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ আৰ্থিক দৈন্যতাৰ বাবে চিকিৎসাৰ অভাৱত ৰঞ্জিত চক্ৰৱৰ্তী নামৰ প্ৰৱক্তা গৰাকীৰ মৃত্যু হোৱাৰ পাচতেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰব এছ. চি. দে' মহাবিদ্যালয়

হাইলাকান্দি. জুলাই 29 :

উল্লেখ্য, যে 1992 চনতে স্থাপন কৰা মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা হৈছিল 2013 চনত ৷ কিন্তু তাৰ পাচতো অধিকাংশ শিক্ষকেই মাহিলী মাত্ৰ 5000 টকা দৰমহাৰে শিক্ষকতা কৰি আহিছে মহাবিদ্যালয়খনত ৷ শুক্ৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰঞ্জিত চক্ৰৱৰ্তীৰ সোঁৱৰত এক শোকসভা অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে ৷ সদনত লাহে লাহে কথা কোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যই লাহে লাহেকৈয়ে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিছে বুলিও উল্লেখ কৰে শিক্ষক সকলে ৷ দীৰ্ঘ দিনৰে পৰা হৃদ ৰোগত আক্ৰন্ত হৈ থকা শিক্ষকজনে কেৱল ধনৰ অভাৱতেই গ্ৰহণ কৰিব নোৱাৰিলে উপযুক্ত চিকিৎসা ৷ শিক্ষক আৰু শিক্ষাৰ্থীসকলে এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ ভূল নীতি আৰু শিক্ষামন্ত্ৰীক জগৰীয়া কৰি বৃহৎআন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Intro:SLUG :: বিনা চিকিৎসাত কলেজ শিক্ষকৰ মৃত্যু। শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধত ক্ষোভ শিক্ষক শিক্ষয়িত্ৰীৰ।

Body:O/C :: হাইলাকান্দিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে ক্ষোভ কলেজ শিক্ষক সকলৰ। অৰ্থৰ অভাবত এটা প্ৰাদেশিকৃত কলেজৰ শিক্ষকৰ মৃত্যু হোৱাৰ বাবে এই ক্ষোভ শিক্ষক সকলৰ।

Conclusion:V/O :: সদনৰ মজিয়াত লাহে লাহে কথা পাতে শিক্ষা মন্ত্ৰীয়ে। লাহে লাহে কথা পাতি লাহে লাহেকৈ ধংশ কৰিব ধৰিছে ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰ জীৱন। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে এই অভিযোগ হাইলাকান্দি জিলাৰ এচ চি দে কলেজৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰ। ‍১৯৯২ সনত স্থাপন কৰা এই কলেজ খন ২০১৩ সনত প্ৰাদেশিকৰন কৰিছিলে ৰাজ্য চৰকাৰে। কিন্তু কলেজৰ অধিকাংশ শিক্ষকে আজি লৈকে মাত্ৰ ৫০০০ টকা মাহিলি দৰমহা পাই শিক্ষকতা কৰি আহিছে। ইয়াৰে এগৰাকী শিক্ষক ৰঞ্জিত কুমাৰ চক্ৰবৰ্তীৰ যোৱা শুকুৰবাৰে মৃত্যু হয়। ৰঞ্জিত চক্ৰবৰ্তী দীৰ্ঘ দিনৰ পৰা হৃদয় জনিত ৰোগত আক্ৰান্ত হৈ আছিলে। কিন্তু অৰ্থৰ অভাবত উন্নতমানৰ চিকিৎসা সেবা পোৱা নাই শিক্ষক গৰাকীয়ে। অবশেষত যোৱা শুকুৰবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় তেওঁৰ। মৃত্যুৰ পিছতে আজি কলেজত এক শোকসভাৰ আয়োজন কৰি শিক্ষক আৰু শিক্ষাৰ্থী সকলে এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ ভূল নিতী আৰু শিক্ষামন্ত্ৰীক জগৰীয়া কৰি বৃহত্তৰ আন্দোলন গড়ীতোলাৰ হুংকাৰ প্ৰদান কৰে।

byte :: 1. College Teacher
2. Student

#######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.