ETV Bharat / state

হাইলাকান্দিত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি - মহাত্মা গান্ধী জাতীয় গ্ৰামীন ৰোজগাৰ আঁচনি

হাইলাকান্দিত মহাত্মা গান্ধী জাতীয় গ্ৰামীন ৰোজগাৰ আঁচনিৰ অধীনত ধন আত্মসাতৰ অভিযোগ ৷ পথ নিৰ্মাণৰ কোনো নকৰাকৈ স্থানীয় গাঁও পঞ্চায়ত সভাপতিয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

হাইলাকান্দি
হাইলাকান্দিত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি
author img

By

Published : Jan 9, 2020, 7:29 PM IST

হাইলাকান্দি, 9 জানুৱাৰীঃ হাইলাকান্দিৰ পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি ৷ মহাত্মা গান্ধী জাতীয় গ্ৰামীন ৰোজগাৰ নিশ্চিতকৰণ আঁচনিৰ অধীনত লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ । স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে দালালৰ সহায়ত দৰিদ্ৰ ৰাইজৰ মজুৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷ হাইলাকান্দি জিলাৰ লালামুখ গাঁও পঞ্চায়তৰ অধীনত পথ নিৰ্মাণৰ নামত আৱণ্টিত ৬০ লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ পথটোৰ কোনো কাম নকৰাকৈ লালামুখ গাঁও পঞ্চায়তৰ সভাপতি বিশ্বপ্ৰিয় সেন আৰু জিলা পৰিষদৰ সদস্য ইন্দিৰা সিংহই ধন আত্মসাৎ কৰা অভিযোগ তোলে ৰাইজে ।

হাইলাকান্দিত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি

লগতে বিজেপি দলৰ এই প্ৰতিনিধিসকলে MGNREGA আঁচনিৰ অধীনত প্ৰতিজন কৰ্মচাৰীৰ মজুৰী 2100 টকাৰ পৰিৱৰ্তে 600 টকা প্ৰদান কৰি বাকী 1500 টকা গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ সদস্যই আত্মসাৎ কৰে বুলিও অভিযোগ তোলে । দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীল বুলি দাবী কৰা বিজেপি চৰকাৰৰ এনে জন প্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

আৰু পঢ়কঃ আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ এগৰাকী 12 বছৰীয়া খেলুৱৈ

Intro:ROAD CONSTRUCTION CORRUPTION

Body:ROAD CONSTRUCTION CORRUPTION

Conclusion:ROAD CONSTRUCTION CORRUPTION

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.