ETV Bharat / state

হাইলাকান্দিৰ বৰ্ণিলাইন কুৰিয়া বস্তিত ৰাইজৰ বিক্ষোভ প্ৰদৰ্শন - গাঁও পঞ্চায়ত

গাঁও পঞ্চায়তৰ যোগাযোগৰক্ষাকাৰী বিষয়াই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ হাইলাকান্দিৰ বৰ্ণিলাইন কুৰিয়া বস্তিবাসীৰ । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভৰ পৰা বঞ্চিত হোৱাত ক্ষুদ্ধ ৰাইজ । আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত গাঁও পঞ্চায়তৰ যোগাযোগ ৰক্ষাকাৰী বিষয়া জয়দীৱ দাসে ধন সংগ্ৰহ কৰাৰ অভিযোগ ।

হাইলাকান্দিৰ বৰ্ণিলাইন কুৰিয়া বস্তিত ৰাইজৰ বিক্ষোভ প্ৰদৰ্শন

author img

By

Published : Oct 16, 2020, 1:04 PM IST

হাইলাকান্দি, ১৬ অক্টোবৰ : প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভৰ পৰা বঞ্চিত হৈ হাইলাকান্দিৰ বৰ্ণিলাইন কুৰিয়া বস্তিত ৰাইজৰ বিক্ষোভ প্ৰদৰ্শন । হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ বর্ণিব্রিজ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তি ভূগিছে ৰাইজে । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভৰ পৰা একাংশ হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

গাঁও পঞ্চায়তৰ যোগাযোগৰক্ষাকাৰী বিষয়া জয়দীৱ দাসে বিৰুদ্ধে অনিময় কৰাৰো অভিযোগ তুলিছে প্ৰতিবাদী ৰাইজে । কেৱল এয়াই নহয়, আধাৰ কাৰ্ড প্ৰস্তুত কাৰ বাবে স্থানীয় লোকৰ পৰা জয়দীৱ দাসে ধন লোৱাৰো অভিযোগ কৰে । দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক শীঘ্ৰে বদলি কৰাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । এসপ্তাহৰ ভিতৰত জয়দীৱ দাসক বেলেগ ঠাইত বদলি নকৰিলে জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিছে প্রতিবাদী ৰাইজে ।

লগতে পঢ়ক:অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.