হাইলাকান্দি,11 জুনঃ লোকসভা নিৰ্বাচনত 1 নম্বৰ কৰিমগঞ্জ লোকসভা আসনৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে হাইলাকান্দিত উপস্থিত হয় কৃপানাথ মল্লা । হাইলাকান্দিত এক ৰোডশ্ব'ত অংশ লয় নৱনিৰ্বাচিত সাংসদ কৃপানাথ মাল্লাই । লগতে জিলা খনৰ বিভিন্ন ঠাইত আয়োজন কৰা সম্বৰ্ধনা সভাতো ভাগ লয় কৃপানাথ মাল্লাই । ইপিনে, অহা 20 জুনৰ পৰা আৰম্ভ হ‘ব লগীয়া লোকসভাৰ প্ৰথমখন অধিৱেশনত কাছাৰ আৰু নগাঁও কাগজ কলৰ কথা উত্থপন কৰিব বুলি জনায় সাংসদ কৃপানথ মাল্লাই ।
সংসদত কাগজ কলৰ বিষয় উত্থাপন কৰিব কৃপানাথ মাল্লাই - ROAD SHOW
লোকসভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিৰ পৰা বিপুল ভোটতত জয়লাভ কৰি পোনপ্ৰথমবাৰৰ বাবে সাংসদ কৃপানাথ মাল্লা আজি উপস্থিত হয় হাইলাকান্দিত ৷
![সংসদত কাগজ কলৰ বিষয় উত্থাপন কৰিব কৃপানাথ মাল্লাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3531674-84-3531674-1560256249427.jpg?imwidth=3840)
সংসদত কাগজ কলৰ বিষয় উত্থাপন কৰিব কৃপানাথ মাল্লাই
হাইলাকান্দি,11 জুনঃ লোকসভা নিৰ্বাচনত 1 নম্বৰ কৰিমগঞ্জ লোকসভা আসনৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে হাইলাকান্দিত উপস্থিত হয় কৃপানাথ মল্লা । হাইলাকান্দিত এক ৰোডশ্ব'ত অংশ লয় নৱনিৰ্বাচিত সাংসদ কৃপানাথ মাল্লাই । লগতে জিলা খনৰ বিভিন্ন ঠাইত আয়োজন কৰা সম্বৰ্ধনা সভাতো ভাগ লয় কৃপানাথ মাল্লাই । ইপিনে, অহা 20 জুনৰ পৰা আৰম্ভ হ‘ব লগীয়া লোকসভাৰ প্ৰথমখন অধিৱেশনত কাছাৰ আৰু নগাঁও কাগজ কলৰ কথা উত্থপন কৰিব বুলি জনায় সাংসদ কৃপানথ মাল্লাই ।
সংসদত কাগজ কলৰ বিষয় উত্থাপন কৰিব কৃপানাথ মাল্লাই
সংসদত কাগজ কলৰ বিষয় উত্থাপন কৰিব কৃপানাথ মাল্লাই
SLUG :: লোকসভাৰ প্ৰথম অধিবেশনত পাচগ্ৰাম আৰু নগাও কাগজ কলৰ কথা উত্থাপন কৰিব সাংসদ কৃপানাথ মল্লাহে।
O/C :: লোকসভা নিৰ্বাচনত ১ নম্বৰ কৰিমগঞ্জ লোকসভা আসনৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত অাজি প্ৰথমবাৰৰ বাবে হাইলাকান্দিত আহি উপস্হিত হয় কৃপানাথ মল্লাহ। হাইলাকান্দিত আহি এক ৰোডশ্ব'ত অংশ লয় নব নিৰ্বাচিত সাংসদ কৃপানাথ মল্লাহ। লগতে জিলা খনৰ বিভিন্ন ঠাইত আয়োজন কৰা সংবৰ্ধনা সভাতো ভাগলয় কৃপানাথ মল্লাহে। ইপিনে অহা ২০ জুনৰ পৰা আৰম্ভ হব লগিয়া লোকসভাৰ প্ৰথমখন অধিবেশনত কাছাড় আৰু নগাও কাগজ কলৰ কথা উত্থপন কৰিব বুলি জনায় সাংসদ কৃপানথ মল্লাহে।
Byte :: Kripanath Mallah, MP karimganj
######