ETV Bharat / state

হাত ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ - MORAL POLICEING VIRAL VIDEO

হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ চৰাইবাক অঞ্চলত গণপ্ৰহাৰৰ ঘটনা

হাত ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ
author img

By

Published : Jul 24, 2019, 2:52 PM IST

Updated : Jul 24, 2019, 4:34 PM IST

হাইলাকান্দি,24জুলাইঃ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ চৰাইবাক অঞ্চলত সংঘটিত এটা ঘটনাই সকলোকে স্তম্ভিত কৰিছে ৷ এখন নাঁৱৰ ওপৰত এজন দুৰ্বল ব্যক্তিক ৰছীৰে বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য পৰিলক্ষিত হৈছে ভিডিঅটোত ৷ অৱশ্যে লোকজনক প্ৰহাৰৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু এজন অসহায়ৰ ওপৰত এনেধৰণৰ অত্যাচাৰৰ ঘটনাৰ লগত জড়িত লোকক সকলক বিভিন্ন দল-সংগঠনে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ৷

মৰেল পুলিচিংঃ এজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

Intro:Slug :-পুনৰ মৰেল পুলিশৰ বলি এগৰাকি ব্যক্তি।
Body:
O/C : ৰাজ্যত এতিয়া মৰেল পুলিশৰ তাণ্ডব এইবাৰ মৰেল পুলিশৰ তান্ডব দেখা গল হাইলাকান্দিৰ অসমে মিজোৰাম সীমান্তৰ চৰাইবাক অঞ্চলত । ইয়াত দেখা গল মানুহক পশুৰ নিচিনা দড়ি দি বান্ধি এখন নৌকাত ৰখা হৈছে । বান্ধি থোৱা মানুহজনক গৰু পিটুনি দিছে আন এজন মানুহে । দড়ি দি বান্ধি থোৱা মানুহজনৰ নানুরুল হক বুলি জনা গৈছে ।মানুহজন চৰাইবাক অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলিও জনা গৈছে । এনেদৰে এজন মানুহক বান্ধি ৰাখি গৰু পিটুনি দিয়াৰ এই দৃশ্য সোসাল মিডিয়াতে সম্প্ৰচাৰিত হোৱাৰ লগে লগে সমগ্ৰ হাইলাকান্দিত জোকাৰনিৰ সৃষ্টি হৈছে । বিভিন্ন সংস্থা সংগঠনৰ ফালৰ পৰা এনে ঘটনাৰ বাবে দায়ী ব্যাক্তজনক কঠোৰ শাস্তি দিয়াৰ দাবি জনাইছে ৰাইজে ।।।।Conclusion:
Last Updated : Jul 24, 2019, 4:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.