কাছাৰ,17 অক্টোবৰ : 21ৰ বিধানসভা নিৰ্বাচনত আলগাপুৰৰ পৰা পুনৰ জয়ী হ’ব বৰ্তমানৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰী ৷ নায়ক চিনেমাৰ অনিল কাপুৰৰ দৰে চমৎকাৰ কৰি দেখুৱাব বুলি নিজ মুখে প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে ৷
![MLA Nizam Uddin Choudhury comments](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9205383_photo.jpg)
মোহনপুৰৰ কুৰিয়াবস্তি অঞ্চলত অনুষ্ঠিত এখন সভাত বক্তব্য ৰাখি বিধায়ক গৰাকীয়ে কয় যে,ভৰিত বল থাকিলেহে খেলপথাৰত নমা উচিত ৷ ইয়াৰ লগতে আগন্তুক নিৰ্বাচনত জয়ী হ’ব বুলি একপ্ৰকাৰ দৃঢ়তা প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক : আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু