ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ বিধায়ক কমলাক্ষৰ

author img

By

Published : Sep 6, 2019, 7:47 PM IST

বৃহস্পতিবাৰে এন আৰ চিত নাম নথকাৰ বাবে আত্মহত্যা কৰা হাইলাকান্দিৰ সাবিত্ৰী ৰয়ৰ ঘৰত গৈ পৰিস্থিতিৰ বুজ ল'লে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থয় । লগতে তেখেতে এন আৰ চিত বৃহৎ সংখ্যক ভাৰতীয় নাম বাদ পৰাৰ অভিযোগ তোলে ৷

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ বিধায়ক কমলাক্ষয়ৰ

হাইলাকান্দি, 6 ছেপ্তেম্বৰঃ এন আৰ চিত নাম নথকাৰ বাবে আত্মহত্যা কৰা হাইলাকান্দিৰ সাবিত্ৰী ৰয়ৰ ঘৰত গৈ পৰিস্থিতিৰ বুজ ল'লে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থয় । বৃহস্পতিবাৰে তেওঁ মৃত সাবিত্ৰী ৰয়ৰ পৰিয়ালৰ সদস্য সকলক লগ ধৰি সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে । এন আৰ চিৰ কৰ্তৃপক্ষই নাগৰিকপঞ্জীৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ তুলি বিধায়কগৰাকীয়ে কয় যে, শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ, নাগৰিকত্বৰ নথি আদি জমা দিয়াৰ সত্ত্বেও বৈধ ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই বুলি তেওঁ অভিযোগ কৰে । তেনেস্থলত, ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশৰ লগতে আকৌ ৰাজ্যত এন আৰ চি উন্নীতকৰণ কৰোৱাৰ দাবীক কটাক্ষ কৰি সঁচাকৈয়ে যদি এনে হয় তেনেহ'লে সাবিত্ৰী ৰয়ৰ দৰে আন বহুত মানুহে প্ৰাণ হেৰুৱাব লগীয়া হ'ব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷

Intro:Slug :এন আৰ চি-ৰ বলি সাবিত্রী ৰয়ৰ ঘৰত গৈ সমবেদনা জনালে বিধায়ক কমলাক্ষয় ।

Body:O/C : এন আৰ চি-ত নাম নথকাৰ বাবে আত্মহত্যা কৰা হাইলাকান্দিৰ সাবিত্রী ৰয়ৰ ঘৰত গৈ পৰিস্থিতিৰ বুজ ললে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুরকায়স্থয়ে । বৃহস্পতিবাৰে তেওঁ এই হতভাগা পৰিয়ালৰ সদস্য সকলৰ লগ ধৰি সমবেদনা জ্ঞাপন কৰে। তাৰ পিছত সাংবাদিকৰ লগত কথা পাতি বিধায়ক কমলাক্ষ দে পুরকায়স্থয় কয় এনআরসি প্রকাশের পূর্বতেই তেওঁ এনে পূৰ্বানুমান কৰিছিল । এনে ঘটনাৰ বাবে তেওঁ বিজেপি চৰকাৰক জগৰীয়া কৰে । বুলু শব্দকৰৰ আত্মহত্যাৰ পাছৰ স্বয়ং প্ৰধানমন্ত্ৰীয়ে কৈছিল এনে ঘটনাৰ বিচাৰ হব। কিন্তু একো নহল বুলি তেও হতাশা ব্যক্ত কৰিছে । এন আৰ চিৰ গাইড লাইন কতৃপক্ষই মানা নাই বুলি তেও কঠোৰ সমালোচনা করে । শৰণাৰ্থীৰ প্রমানপত্র, নাগৰিকত্বৰ আদি সাবমিট কৰাৰ পিছতও বৈধ ভাৰতীয়ৰ নাম এন আৰ চি -ত অন্তৰ্ভুক্ত হোৱা নাই বুলি তেও অভিযোগ কৰে । ইফালে রাজ্যের অর্থমন্ত্রী হিমন্ত বিশ্ব শর্মা সমগ্র দেশৰ লগতে আকৌ ৰাজ্যত এন আৰ চি কৰোৱাৰ দাবি জনাইছে । সচাকৈ যদি এনে হয় তেনেহলে সাবিত্রী ৰয়ৰ দৰে আন বহুত মানুহক প্ৰাণ হেৰুয়াব লগিয়া হব বুলি তেও অভিযোগ কৰে । "সিষ্টেম"-ভূলৰ বাবে ৰাইজক এনে দুৰ্ভোগ ভূগিব লগিয়া হৈছে বুলি তেও অভিযোগ কৰে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.