ETV Bharat / state

বৰাকত এফালে অগপৰ বিশাল জনসভা, আনফালে অতুল বৰাৰ পুত্তলিকা দাহ

বৰাকত মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত AJYCP ৰ ৷ এফালে অগপৰ বিশাল জনসভা অনুষ্ঠিত আৰু আনফালে মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

author img

By

Published : Jan 6, 2021, 8:36 PM IST

massive-protest-in-hailakandi
বৰাকত এফালে অগপৰ বিশাল জনসভা, আনফালে অতুল বৰাৰ পুত্তলিকা দাহ

হাইলাকান্দি, 6 জানুৱাৰী : বৰাকত এফালে মন্ত্ৰী অতুল বৰাৰ বিশাল জনসভা আৰু আনফালে অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

massive-protest-in-hailakandi
বৰাকত মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত AJYCP ৰ

হাইলাকান্দিৰ আলগাপুৰ সমষ্টিত অগপ দলৰ এক বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয় আৰু এই জনসভাত অংশগ্ৰহণ কৰিছিল অগপ দলৰ ৰাজ্যিক সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে দলৰ বহু নেতাকৰ্মী । বুধবাৰে ৰাতিপুৱা বিমানযোগে উপস্থিত হয় শিলচৰ বিমানবন্দৰত তাৰ পিচত নিজে বাইক চলাই দলৰ কৰ্মীৰসকলৰ লগতে ৰেলীত অংশগ্ৰহন কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে বাইক ৰেলীৰে জনসভালৈ গৈ থকাৰ সময়তে হাইলাকান্দি লক্ষীৰবন্দ বাইপাছত মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে AJYCP ৰ কৰ্মকাৰ্তা সকলে । AJYCP ৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰে কয় যে, অগপ এটা মিথ্যাচাৰী দল ৷ অগপ দলটোৱে 'কা' আন্দোলনৰ সময়ত অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে ৷ যাৰবাবে প্ৰৱঞ্চক দলটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক : পথ নিৰ্মাণৰ দাবীত চাবুৱা সমষ্টিৰ নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.