ETV Bharat / state

মাদ্ৰাছা বন্ধৰ বিৰোধিতা হাইলাকান্দি মাদ্ৰাছা শিক্ষকৰ - মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰিলে হাইলাকান্দিৰ মাদ্ৰাছা শিক্ষকে

শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শীতকালীন বিধানসভা অধিৱেশন উত্থাপন কৰা THE ASSAM RIPPLING BILL 2020 ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ লোক সকলে ৷ মাদ্ৰাছা বন্ধৰ দাবী উত্থাপন কৰাৰ লগে লগে বহু বিধায়কে সদনতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল,যাৰ বাবে অধ্যক্ষই সদন স্থগিত ৰাখিব লগীয়া হৈছিল ৷

madrasa close reaction
মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰিলে হাইলাকান্দিৰ মাদ্ৰাছা শিক্ষকে
author img

By

Published : Dec 30, 2020, 1:35 PM IST

Updated : Dec 30, 2020, 1:54 PM IST

হাইলাকান্দি, 30 ডিচেম্বৰ: 28 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে শীতকালীন বিধানসভা অধিৱেশন ৷ অধিৱেশনৰ প্ৰথম দিনাই শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই THE ASSAM RIPPLING BILL 2020 উত্থাপন কৰাৰ পাচতে উত্তাল হৈ পৰিছিল সদন ৷ এক হুলস্থুলীয়া পৰিৱেশৰ বাবেই অধ্যক্ষই সদন স্থগিত ৰাখিছিল ৷ মাদ্ৰাছা বন্ধৰ দাবী উত্থাপন কৰাৰ লগে লগে বহু বিধায়কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে এতিয়া প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে ৰাজ্য ৷

মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰিলে হাইলাকান্দিৰ মাদ্ৰাছা শিক্ষকে

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে হাইলাকান্দিৰ মাদ্ৰাছা শিক্ষক সকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ বিয়ালিপাৰ চিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে শিক্ষা মন্ত্ৰীৰ মাদ্ৰাছা বন্ধৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,যদিহে চৰকাৰে মাদ্ৰাছা বন্ধ কৰে তেনেহ'লে বহু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ বিপদ নামি আহিব ৷ গতিকে মাদ্ৰাছা বন্ধ নকৰি উন্নত মানৰ কৰাৰহে বাবে দাবী জনাইছে মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলে ৷

লগতে পঢ়ক: পহিলা জানুৱাৰীৰ পৰা পাঠদানৰ বাবে সাজু ৰঙিয়াৰ প্ৰাথমিক বিদ্যালয়

Last Updated : Dec 30, 2020, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.