ETV Bharat / state

হাইলাকান্দিত বাইক চোৰ আটক,পলায়ন 1 - assam

হাইলাকান্দিত বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ দুই চোৰক আটক কৰি আৰক্ষীয়ে চোৰ দুটাৰ পৰা উদ্ধাৰ কৰে দুখন পালচাৰ বাইক ।

হাইলাকান্দিত বাইক চোৰ আটক, পলায়ন 1
author img

By

Published : May 23, 2019, 8:20 PM IST

হাইলাকান্দি,23মে': হাইলাকান্দিৰ কাটলিছেৰা আৰক্ষীৰ সাফল্য ৷ কাটলিছেৰা থানাৰ অধীনৰ দীননাথপুৰ অঞ্চলত সক্ৰিয় হৈ থকা এটা বাইক চোৰৰ গোটক বুধবাৰে আটক কৰে কাটলিছেৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানকালত দুজন চোৰক আটক কৰাৰ বিপৰীতে আন এটা চোৰ পলাই যাবলৈ সক্ষম হয় ৷ ইপিনে চেলিম উদ্দিন আৰু মুজিব উদ্দিন নামৰ দুই চোৰক আটক কৰি আৰক্ষীয়ে চোৰ দুটাৰ পৰা উদ্ধাৰ কৰে দুখন পালচাৰ বাইক। উল্লেখ্য যে চোৰৰ গোটটোৱে চুৰি বাইকসমূহ দীৰ্ঘদিন ধৰি বহিঃৰাজ্যলৈ চালান দি আহিছিল ৷ ইতিমধ্যে চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে কাটলিছেৰা আৰক্ষীয়ে।

Intro:SLUG::-সক্ৰিয় বাইক চুৰক আটক কৰিবলৈ সক্ষম হোল কাটলিছেৰা আৰক্ষী।Body:O/C::- বহুদিনৰ পিছত বাইক চুৰক ধৰিবলৈ সক্ষম হোল হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষী। কাটলিছেৰা থানাৰ অধিনত দীননাথপুৰ অঞ্চলত সক্ৰিয় আছিল এটা বাইক চুৰৰ গোট। বলদাবলদিত সংসাৰ পাতি ৰইছিল গোটটুৰ সৰদাৰ। অভিযান চলুৱাৰ সময় আন এজন চুৰ পলাবলৈ সক্ষম হয় আৰু দুজনক ধৰিবলৈ সক্ষম হৈছে আৰক্ষি। লালা আৰু হাইলাকান্দিৰ পৰা চুৰ কৰি লৈ আনি পাচাৰ কৰে বহীৰাজ্যত। সেলিম উদ্দিন আৰু মুজিব উদ্দিন নামৰ দুই চুৰ ভাইক আটক কৰি উদ্ধাৰ কৰে দুইখন পালচাৰ বাইক। কাটলিছেৰা থানাৰ অসি নিৰ্মলকান্তি বিশ্বাস জনায় যে ইতিমধ্যে আমি বহুসংখ্যক চোৰৰ এটা গোটৰ খবৰ পাইছিলো সেয়েহে আমি অভিযান চলাই দুজনক ধৰিবলৈ সক্ষম হৈছো আৰু এজন পলাই যায়। আমি জিজ্ঞাসা চলাইয়াছো অহাসময়ত সবকেইটা চুৰক ধৰিবলৈ সক্ষম হোম বুলি আশা কৰিছো।Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.