ETV Bharat / state

হাইলাকান্দিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব' - ROAD SHOW

2014 ত 78 শতাংশ ভোট গ্ৰহণ হৈছিল আৰু এইবাৰ 70 শতাংশ ভোট গ্ৰহণ হৈছে। মাত্ৰ 8 শতাংশ ভোট কমিছে যাৰ কোন প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

হাইলাকান্দিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব
author img

By

Published : Apr 12, 2019, 10:05 PM IST

হাইলাকান্দি, 12 এপ্ৰিল: সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমাপ্তিৰ পাচত এইবাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি ৷ হাইলাকান্দিত দলীয় প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰ ৷

হাইলাকান্দিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব

5 এপ্ৰিলত লোকসভা আসনত ভোটৰ হাৰ কমাকলৈ হিমন্ত বিশ্ব শৰ্মাই কয় যে, নিৰ্বাচন আয়োগে দিয়া তথ্য মতে ভোট কমা নাই। 2014 ত 78 শতাংশ ভোট গ্ৰহণ হৈছিল আৰু এইবাৰ 70 শতাংশ ভোট গ্ৰহণ হৈছে। মাত্ৰ 8 শতাংশ ভোট কমিছে যাৰ কোন প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ আগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইলাকান্দি চহৰত এখন ৰোড শ্ব'ত অংশ লয়।

SLUG :: ৫ এপ্ৰিলত লোকসভা আসনত ভোটৰ হাৰ কমাকলৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। 

O/C :: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাচ সমষ্টিত ভোট কমাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পূৰ্ত স্বাস্হ্য আৰু অৰ্থ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়। আজি হাইলাকান্দিত দলীয় প্ৰাৰ্থী কৃপ‍ানাথ মল্লাহৰ হৈ প্ৰচাৰত আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় কয়, নিৰ্বাচন আয়োগে দিয়া তথ্য মতে ভোট কমা নাই। ২০১৪ত ৭৮ শতাংশ ভোট গ্ৰহন হৈছিল আৰু এই বাৰ ৭০ শতাংশ ভোট গ্ৰহন হৈছে। মাত্ৰ ৮ শতাংশ ভোট কমিছে যাৰ কোন প্ৰভাব নাই। 
ইয়াৰ আগতে মন্ত্ৰী শৰ্মা হাইলাকান্দি চহৰত এখন ৰোড শ্ব'ত ও অংশ লয়।

byte :: Himanta Biswa Sarma, Minister

FEED::-FTP(801 TO 802)
SCRIPT::-MAIL
######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.