ETV Bharat / state

কাছাৰ কাগজ কলৰ কৰ্মচাৰীক সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ - কাছাৰ কাগজ কল

কাগজ কলটো বন্ধ হৈ থকাৰ বাবে যোৱা 40 মাহ ধৰি দৰমহা পোৱা নাই কৰ্মচাৰীসকলে ৷ ইয়াৰ লগতে বৰ্তমানে অব্যাহত থকা লক ডাউনৰ বাবে কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কাগজকলৰ কৰ্মীসকলৰ এনে দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেচনে ৷

Helping hand of Ajmal Foundation to Cachar Papermill
কাছাৰ কাগজ কলৰ কৰ্মচাৰীক সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ
author img

By

Published : May 27, 2020, 6:05 PM IST

হাইলাকান্দি,27মে': দেশৰ লগতে সমগ্ৰ ৰাজ্যতে অব্যাহত আছে লক ডাউন ৷ তেনে সময়তে আজি হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ কাষত থিয় দিয়ে আজমল ফাউণ্ডেচনে ৷ জানিব পৰা মতে, কাগজ কলটো বন্ধ হৈ থকাৰ বাবে যোৱা 40 মাহ ধৰি দৰমহা পোৱা নাই কৰ্মচাৰীসকলে ৷ ইয়াৰ লগতে বৰ্তমানে অব্যাহত থকা লক ডাউনৰ বাবে কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কাগজকলৰ কৰ্মীসকলৰ এনে দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেচনে ৷ কাগজ কলটোৰ 250 টা পৰিয়ালৰ হাতত তুলি দিয়ে খাদ্যৰ টোপোলা ৷ আনহাতে এই বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী ৷

কাছাৰ কাগজ কলৰ কৰ্মচাৰীক সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ

লগতে পঢ়কঃলাডাখত ভাৰত-চীনৰ মুখামুখি পৃথক আৰু চিন্তনীয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.