- হাইলাকান্দি জিলাৰ কৃষ্ণপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
- অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত এই অৱৰোধ কাৰ্যসূচী
- পবিত্ৰ ঈদৰ দিনা অপহৃত হৈছিল ৰাজ্যেশ্বৰৰ কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী
- বিদ্যালয়ৰে এজন শিক্ষকে অপহৰণ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ
- স্থানীয় দল-সংগঠনে অৱৰোধ কৰিলে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
- দুই ঘন্টাজুৰি চলা অৱৰোধৰ ফলত সৃষ্টি হয় তীব্ৰ-যানজঁটৰহাইলাকান্দিৰ কৃষ্ণপু্ৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হাইলাকান্দিত - অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবী
অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত হাইলাকান্দিৰ কৃষ্ণপু্ৰত স্থানীয় দল-সংগঠনে অবৰোধ কৰিলে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ পবিত্ৰ ঈদৰ দিনা অপহৃত হৈছিল ৰাজ্যেশ্বৰৰ কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী ৷

হাইলাকান্দিৰ কৃষ্ণপু্ৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
- হাইলাকান্দি জিলাৰ কৃষ্ণপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
- অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত এই অৱৰোধ কাৰ্যসূচী
- পবিত্ৰ ঈদৰ দিনা অপহৃত হৈছিল ৰাজ্যেশ্বৰৰ কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী
- বিদ্যালয়ৰে এজন শিক্ষকে অপহৰণ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ
- স্থানীয় দল-সংগঠনে অৱৰোধ কৰিলে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
- দুই ঘন্টাজুৰি চলা অৱৰোধৰ ফলত সৃষ্টি হয় তীব্ৰ-যানজঁটৰহাইলাকান্দিৰ কৃষ্ণপু্ৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Intro:Body:
Conclusion:
BREAKING
হাইলাকান্দি জিলাৰ কৃষ্ণপু্ৰত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ। যোৱা ৫ জুন হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰৰ কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত স্থানীয় দল সংঘঠনে অবৰোধ কৰিছে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায় দুই ঘন্টাৰ পৰা চলা এই অবৰোধৰ ফলত ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে তীব্ৰ যানজটৰ।
Conclusion: