ETV Bharat / state

হাইলাকান্দিত শক্তি বিভাগৰ চৰম কাণ্ড - etv bharat

বিদ্যুতৰ মূল্যই তধামধা দেখুৱালে ক্ষুদ্ৰ ব্যৱসায়ীক

etv bharat assam
author img

By

Published : Feb 22, 2019, 3:03 PM IST

হাইলাকান্দি, ২২ ফেব্ৰুৱাৰীঃ হাইলাকান্দিত শক্তি বিভাগৰ আজব কাণ্ড। এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীলৈ শক্তি বিভাগে প্ৰেৰণ কৰিলে ১০ লাখৰো অধিক টকাৰ বিদ্যুৎ মাছুল। বিদ্যুত বিভাগৰ এই আজব কাণ্ডই এতিয়া বিপাঙত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীক।

হাইলাকান্দিত শক্তি বিভাগৰ চৰম কাণ্ড

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মাত্ৰ এমাহ বিদ্যুত ব্যৱহাৰ কৰাৰ বাবদ হাইলাকান্দি জিলাৰ পাচগ্ৰাম কল'নিৰ বাসিন্দা নিমাই দাসলৈ শক্তি বিভাগে প্ৰেৰণ কৰে এখন অবিশ্ৱেস্য বিদ্যুতৰ মাছুল। ১০ লাখ ৭ হাজাৰ ৩২১ টকাৰ এই মাহৰ মাছুল খন হাতত লৈ এক প্ৰকাৰৰ অসুস্থ হৈ পৰে নিমাই দাস। বিগত মাহত ঘৰত কেৱল দুটা লাইট আৰু এটা টিভিৰ বাবদ অহা ধনৰাশিৰ বাবে চৰম অশান্তিৰ মাজত দিন কটাইছে এই ব্যক্তি গৰাকীয়ে। ইপিনে, আগতেও পাচগ্ৰামত এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

SLUG :: হাইলাকান্দিত বিদ্যুত বিভাগৰ আজব কাণ্ড। 

O/C :: হাইলাকান্দিত বিদ্যুত বিভাগৰ আজব কাণ্ড। এগৰাকী মাছ বিক্ৰেতাক বিদ্যুৎ বিভাগে প্ৰেৰন কৰিছে ১০ লাখৰো অধিক টকাৰ মাছুল। বিদ্যুত বিভাগৰ এই আজব কাণ্ডয় বিপাকত পৰিছে এই গৰাকী মাছ বিক্ৰেতা। 

V/O :: হাইলাকান্দিত বিদ্যুত বিভাগৰ আজব কাণ্ড। মাত্ৰ এমাহ বিদ্যুত ব্যবহাৰ কৰি এটা পৰিয়ালে লাভ কৰিলে ১০ লক্ষ ৭ হাজাৰ ৩২১ টকাৰ বিল। এই ঘটনাৰ পিছতে এতিয়া মোৰে কপালে হাত দিছে এইটো পৰিয়ালে। হাইলাকান্দি জিলাৰ পাচগ্ৰাম কলোনিৰ বাসিন্দা এই গৰাকী নিমাই দাস পেশাগত ভাবে ক্ষুদ্ৰ মাছ ব্যবসায়ী। প্ৰতিদিন পাচগ্ৰাম বজাৰত মাছ বিক্ৰয় কৰি সংসাৰ চলাব লগিয়া হয় এই গৰাকী নিমাই দাসক। যোৱা মাহতও নিমাই দাসে বিদ্যুত বিভাগত পৰিষোধ কৰিছে সম্পূৰ্ণ মাহেকি অৰ্থ। কিন্তু এই মাহৰ বিল হাতত লৈ অসুস্হ হৈ পৰিল নিমাই দাস। এই মাহত তেওৰ ঘৰত থকা দুটা লাইট আৰু এটা টিভিৰ বাৱে ব্যয় হৈছে মুট ১ লাখ ২৪ হাজাৰ ইউনিট বিদ্যুৎ। অৰ্থাৎ ১০ লাখৰো অধিক অৰ্থ বিল বাবৎ প্ৰদান কৰিব লাগিব বিদ্যুৎ বিভাগক। এনে অবস্থাত চৰম অশান্তিৰ মাজতে দিন কটাইছে এই গৰাকী ব্যক্তিয়ে। ইপিনে, আগতেও পাচগ্ৰাম জিপিত এনে ঘটনা সংঘঠিত হৈছে বুলি দাবী কৰিছে স্তানীয় ৰাইজে। 

byte :: 
1. Nimai Das, Consumer
2. local

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.