ETV Bharat / state

NRCত নাম নাই অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পৰিয়ালৰ - অবসৰ প্ৰাপ্ত সেনা বিষয়া

হাইলাকান্দিত NRC তালিকাত নাম সন্নিবিষ্ট নহ'ল অৱসৰ প্ৰাপ্ত সেনা বিষয়া ভূপেশ চন্দ্ৰ পালৰ পৰিয়ালৰ। বাংলাদেশৰ যুদ্ধত ভাৰতী সেনাৰ হৈ যোগদান কৰা বিষয়াৰ পুত্ৰ কন্যাৰ নাম নহাত ক্ষোভিত হৈ পৰিছে বিষয়া গৰাকী।

NRCত নাম নাই অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পৰিয়ালৰ
author img

By

Published : Sep 4, 2019, 6:57 PM IST

হাইলাকান্দি, 4 ছেপ্টেম্বৰঃ ভাৰতবৰ্ষৰ হৈ বাংলাদেশ যুদ্ধ জয় কৰা চিপাহীৰ পৰিয়ালৰ নাম নাহিল ৰ‍াষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত। কাছাৰ জিলাৰ মাছিমপুৰৰ বাসিন্দা ভূপেশ চন্দ্ৰ পালে ১৯৬৮ চনত যোগদান কৰিছিল ভাৰতীয় সেনাত । দীৰ্ঘ দিন ভাৰতীয় সেনাৰ হৈ দেশৰ সেৱা আগবঢ়াইছিল সেনাগৰাকীয়ে । কিন্তু শেহতীয়াকৈ ঘোষণা হোৱা NRCৰ তালিকাত নাম নাই তেওঁৰ পুত্ৰ কন্যাৰ। তেওঁৰ পৰিয়ালৰ তিনি পুত্ৰ কন্যাৰ ভিতৰত কেৱল মাত্ৰ জ্যেষ্ঠ পুত্ৰৰ নাম আছে NRC তালিকাত ।

NRCত নাম নাই অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পৰিয়ালৰ

কনিষ্ঠ পুত্ৰ বিজন কান্তি পাল আৰু কন্যা ঝুমা পালৰ নাম সন্নিৱিষ্ট নহ'ল চূড়ান্ত তালিকাত । দীৰ্ঘদিন দেশ সেৱা কৰাৰ পাচতো পুত্ৰ কন্যাৰ নাম সন্নিবিষ্ট নোহোৱাক লৈ ক্ষোভিত হৈ পৰিছে এই গৰাকী অৱসৰ প্ৰাপ্ত সেনা বিষয়া। প্ৰকৃত ভাৰতীয় সকলক NRCৰ নামত হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনাইছে সেনা বিষয়াৰ পৰিয়ালবৰ্গই ৷

Intro:SLUG :: NRCত নাম নাই বাংলাদেশ যুদ্ধত যোগদান কৰা ছিপাহীৰ পৰিয়ালৰ।

Body:O/C :: হাইলাকান্দিত NRC তালিকাত নাম সন্নিবিষ্ট ন'হল অবসৰ প্ৰাপ্ত সেনা বিষয়াৰ পৰিয়ালৰ। বাংলাদেশৰ যুদ্ধত ভাৰতী সেনাৰ হৈ যোগদান কৰা বিষয়াৰ পুত্ৰ কন্যাৰ নাম নঅহাৰ বাবে ক্ষোভত ভাঙি পৰিছে বিষয়া গৰাকী।

Conclusion:V/O :: ভাৰতবৰ্ষৰ হৈ বাংলাদেশ যুদ্ধ জয় কৰা ছিপাহীৰ পৰিৱালৰ নাম নহুমাল ৰ‍াষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাত। এওঁ ভূপেশ চন্দ্ৰ পাল। কাছাড় জিলাৰ মাছিমপুৰৰ বাসিন্দা ভূপেশ চন্দ্ৰ পাল ১৯৬৮ সনৰ যোগদান কৰিছিল ভাৰতীয় সেনাত। দীৰ্ঘ দিন ভাৰতীয় সেনাৰ হৈ দেশৰ সেৱা আগবৰাইছিলে এওঁ। কিন্তু শেষতীয়া ভাবে ঘোষনা হোৱা NRCৰ তালিকাত নাই তেওঁৰ পুত্ৰ কন্যাৰ নাম। তেওঁৰ পৰিয়ালৰ তিনি পুত্ৰ কন্যাৰ মাজতে কেৱল মাত্ৰ জ্যেষ্ঠ পুত্ৰৰ নাম আছে NRC তালিকাত। নাম নাই তেওঁৰ কনিষ্ঠ পুত্ৰ বিজন কান্তি পাল আৰু কন্যা ঝুমা পালৰ। দীৰ্ঘ দিন দেশ সেৱা কৰাৰ পিছতো পুত্ৰ কন্যাৰ নাম সন্নিবিষ্ট ন'হোৱাৰ বাবে ক্ষোভত ভাঙি পৰিছে এই গৰাকী অবসৰ প্ৰাপ্ত সেনা বিষয়া। প্ৰকৃত ভাৰতী সকলোক NRCৰ নামত হেনস্তা বন্ধ কৰিবলৈ আহ্বান জনাইছে তেওঁলোকে।

byte ::
1. Retire CRPF officer
2. Jhuma Paul, CRPF daughter

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.