হাইলাকান্দি, 16 আগষ্টঃ বছৰজোৰা অংক আৰু উদ্বেগৰ অন্ত পেলাই যোৱা 13 তাৰিখে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয় শুকুৰবাৰে উপস্থিত হ'লগৈ হাইলাকান্দি জিলাৰ বিজেপি অফিচত ৷ দলীয় কাৰ্যালয়ত গামোছা পিন্ধাই, মিঠাই খুৱাই গৌতম ৰয়ক দললৈ স্বাগতম জনালে হাইলাকান্দি বিজেপিয়ে । কিন্তু উল্লেখযোগ্য কথা হ'ল, যোৱা 13 আগষ্ট তাৰিখে গৌতম ৰয়ৰ বিজেপি গমনৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল হাইলাকান্দি বিজেপিয়ে ৷ একাংশ পুৰণি বিজেপি কৰ্মীয়ে হাইলাকান্দি বিজপি কাৰ্যালয়ত প্ৰবেশ কৰিব নিদিয়াৰ হুংকাৰ দিছিল গৌতম ৰয়ক ৷ কিন্তু আজি দেখা গ'ল সম্পূৰ্ণ বিপৰীত দৃশ্য ৷ স্থানীয় টাউন হলত আয়োজিত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়িৰ প্ৰথম মৃত্যু বাৰ্ষিকি অনুষ্ঠানত অংশ লোৱাৰ পাছতে গৌতম ৰয় উপস্থিত হয়গৈ জিলা বিজেপি কাৰ্যালয়ত ৷ ইপিনে, যোৱা কালি নিজ গৃহ সমষ্টি কাঠলিছেড়াত গৌতম ৰয়ক উষ্ণ আদৰনী জনোৱাৰ লগতে এক বিশাল বাইক ৰেলিৰো আয়োজন কৰে গৌতম ৰয়ৰ সমৰ্থক সকলে ।
অৱশেষত গৌতম ৰয়ক স্বাগতম জনালে হাইলাকান্দিৰ বিজেপি কৰ্মীয়ে - হাইলাকান্দি
হাইলাকান্দি জিলা বিজেপি কাৰ্যালয়ত উপস্থিত গৌতম ৰয় ৷ 13 আগষ্ট পৰ্যন্ত গৌতম ৰয়ৰ বিজেপি গমনৰ বিৰোধিতা কৰা হাইলাকান্দি জিলা বিজেপিয়ে মিঠাই খুৱাই, বাইক ৰেলীৰে স্বাগতম জনালে প্ৰাক্তনমন্ত্ৰী গৰাকীক ৷
হাইলাকান্দি, 16 আগষ্টঃ বছৰজোৰা অংক আৰু উদ্বেগৰ অন্ত পেলাই যোৱা 13 তাৰিখে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয় শুকুৰবাৰে উপস্থিত হ'লগৈ হাইলাকান্দি জিলাৰ বিজেপি অফিচত ৷ দলীয় কাৰ্যালয়ত গামোছা পিন্ধাই, মিঠাই খুৱাই গৌতম ৰয়ক দললৈ স্বাগতম জনালে হাইলাকান্দি বিজেপিয়ে । কিন্তু উল্লেখযোগ্য কথা হ'ল, যোৱা 13 আগষ্ট তাৰিখে গৌতম ৰয়ৰ বিজেপি গমনৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল হাইলাকান্দি বিজেপিয়ে ৷ একাংশ পুৰণি বিজেপি কৰ্মীয়ে হাইলাকান্দি বিজপি কাৰ্যালয়ত প্ৰবেশ কৰিব নিদিয়াৰ হুংকাৰ দিছিল গৌতম ৰয়ক ৷ কিন্তু আজি দেখা গ'ল সম্পূৰ্ণ বিপৰীত দৃশ্য ৷ স্থানীয় টাউন হলত আয়োজিত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়িৰ প্ৰথম মৃত্যু বাৰ্ষিকি অনুষ্ঠানত অংশ লোৱাৰ পাছতে গৌতম ৰয় উপস্থিত হয়গৈ জিলা বিজেপি কাৰ্যালয়ত ৷ ইপিনে, যোৱা কালি নিজ গৃহ সমষ্টি কাঠলিছেড়াত গৌতম ৰয়ক উষ্ণ আদৰনী জনোৱাৰ লগতে এক বিশাল বাইক ৰেলিৰো আয়োজন কৰে গৌতম ৰয়ৰ সমৰ্থক সকলে ।
Body:O/C :: সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অবশেষত আজি হাইলাকান্দি জিলা বিজেপি কাৰ্যালয়ত আহি উপস্হিত হল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়। যোৱা ১৩ তাৰিখত গৌতমৰ প্ৰবেশ বন্ধ কৰা বিজেপি কাৰ্যালয় আজি দেখা গল সম্পূৰ্ণ বিপৰিত দৃশ্য।
Conclusion:V/O :: হাইলাকান্দি জিলা বিজেপি কাৰ্যালয়ত গৌতম ৰয়। সকলো প্ৰতিবাদক অন্ত পেলাই বিজেপি কাৰ্যালয়ত গৌতম ৰায়। কাৰ্যালয়ত গৌতম ৰয়ক আদৰনী জিলা বিজেপিৰ। যোৱা ১৩ তাৰিখ ন'বিজেপি গৌতম ৰয়ক বিজেপিৰ যোগদানৰ বিৰোধিতাত উত্তাল হৈ উঠিছিল হাইলাকান্দি বিজেপি কাৰ্যালয়। গৌতম ৰয়ক হাইলাকান্দি বিজপি কাৰ্যালয়ত প্ৰবেশ কৰিব নিদিয়াৰ হুংকাৰ দিছিল একাংশয়। কিন্তু আজি দেখাগল সম্পূৰ্ণ বিপৰিত দৃশ্য। আজি স্থানীয় বিজেপি নেতা সকলোৰ সৈতে নিৰ্বিবাদে কাৰ্যালয়ত প্ৰবেশ কৰিলে গৌতম ৰয়ে। দলীয় কাৰ্যালয়ত গামোছা পিন্ধাই, মিঠাই খাই গৌতম ৰয়ক দলত স্বাগত জনালে হাইলাকান্দি বিজেপিয়ে। ইয়াৰ আগতে স্থানীয় টাউন হলত আয়োজিত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়িৰ প্ৰথম মৃত্যু বাৰ্ষিকি অনুষ্ঠানত অংশলয় গৌতম ৰয়ে।
ইপিনে, যোৱা কালি নিজ গৃহ সমষ্টি কাঠলিছেড়াত গৌতম ৰয়ক উষ্ণ আদৰনী জনায় অনুৰাগী সকলে। লগতে এক বিশাল বাইক ৰেলিৰ ও আয়োজন কৰে গৌতম ৰয়ৰ সমৰ্থক সকলে।
byte :: Gautam Roy, Ex minister
######