ETV Bharat / state

অগপত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদৰ

author img

By

Published : Jun 29, 2019, 2:13 PM IST

ইতিমধ্যে দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দিক আহমেদে ।

অগপত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদৰ

হাইলাকান্দি , ২৯ জুন: বিজেপি নহয়, এতিয়া অগপত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদে। অগপত যোগদানৰ বাবে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ কৰিছে দুই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে। এই কথা সদৰি কৰিলে অসম গণ পৰিষদৰ হাইলাকান্দি জিলা সভাপতিয়ে।

কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিচত এতিয়া বিভ্ৰান্ত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদ। কোনটো দলত থাকিব,কেনেকৈ আগবঢ়াব ৰাজনৈতিক জীৱন ইয়াকে লৈ দিশাহাৰা দুই প্ৰাক্তন মন্ত্ৰী। কিন্তু এতিয়া দুয়োগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে জাতীয় দলত যোগদানৰ চেষ্টা চলাই আছে । শনিবাৰে অসম গণ পৰিষদৰ হাইলাকান্দি জিলাৰ নৱ নিযুক্ত সভাপতি আফতাৱ উদ্দিন লস্কৰে হাইলাকান্দিত উপস্থিত হৈ এই কথা ঘোষণা কৰে। আফতাৱ উদ্দিনৰ দাবী অনুসৰি অতি সোনকালে এই দুগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে অগপত যোগদান কৰিব। ইতিমধ্যে দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ স'তে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দিক আহমেদে।

Intro:SLUG :: অগপত যোগদানৰ সম্ভাবনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমদৰ।  

Body:O/C :: বিজেপি নহয়, এতিয়া অগপত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমদে। অগপত যোগদানৰ বাবে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে যোগাযোগ কৰিছে দুই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে। এই কথা সলনি কৰিলে অসম গণ পৰিষদৰ হাইলাকান্দি জিলা সভাপতিয়ে

Conclusion:V/O :: কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছত এতিয়া বিভ্ৰান্ত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়। ছিদ্দিক আহমদৰো একেই অবস্থা। কোনটো দলত থাকিব, কেনেকৈ আগবৰাব ৰাজনৈতিক জীৱন এইটোকলৈ দিশাহাৰা দুই প্ৰাক্তন মন্ত্ৰী। কিন্তু এতিয়া দুগৰাকীয়ে প্ৰাক্তন মন্ত্ৰী ৰাষ্ট্ৰীয় দলৰ পৰিবৰ্তে জাতীয় দলৰ যোগদানৰ চেষ্টা চলাই আছে। আজি অসম গণ পৰিষদৰ হাইলাকান্দি জিলাৰ নব নিযুক্ত সভাপতি আফতাব উদ্দিন লস্কৰ হাইলাকান্দিত উপস্হিতহৈ এই কথা ঘোষনা কৰে। আফতাব উদ্দিনৰ দাবী অতি সোনকালে এই দুগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে যোগদান কৰিব অগপত। ইতিমধ্যেই দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাতা সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দিক আহমদে।

Byte :: Aftab Uddin Laskar
Dist President AGP

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.