হাইলাকান্দি,1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে হালাকান্দিৰ ঐতিহাসিক কালী মন্দিৰত উপস্থিত হৈ সেৱা জনাই প্ৰাক্তন মন্ত্ৰী তথা ন বিজেপি নেতা গৌতম ৰয়ে ৷ বৰাক উপত্যকাৰ সমূহ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনায় ৷
ইপিনে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা কাটিগঢ়া সমষ্টিত প্ৰাথীত্ব আগবঢ়াব ৷
লগতে পঢ়কঃ মহানগৰীৰ পদপথত ব্যৱসায়,প্ৰশাসনৰ গুৰুত্ব নাই