ETV Bharat / state

হাফলংত ডিষ্ট্ৰিক লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত শিশু শ্ৰমৰ ওপৰত সচেতনতা সভা - Hafllong

শিশু শ্ৰম ৰোধৰ কাৰণে শিশু শ্ৰম আইন ১৯৮৬ -ৰ অধীনত কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় এই দিশত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় উক্ত সভাত । হাফলং চাৰ্কিট হাউচত ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ সহযোগত এইখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷

শিশু শ্ৰমৰ ওপৰত সচেতনতা সভা
author img

By

Published : Jun 18, 2019, 7:59 PM IST

ডিমা হাছাও ১৯ জুনঃ স্বাধীনতাৰ পূৰ্বৰে পৰা ভাৰতীয় সমাজত ব্যাধিৰ দৰে বিয়পি থকা শিশু শ্ৰমৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত হয় হাফলংত ৷ হাফলং চাৰ্কিট হাউচত মঙলবাৰে ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ সহযোগত এইখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷

শিশু শ্ৰমৰ ওপৰত সচেতনতা সভা

শিশু শ্ৰম ৰোধৰ কাৰণে শিশু শ্ৰম আইন ১৯৮৬ -ৰ অধীনত কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় এই দিশত গুৰুত্ত্ব সহকাৰে আলোচনা কৰা হয় উক্ত সভাত । সভাত উপস্থিত আছিল ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোয়া, মুখ্য বিচাৰ বিভাগীয় ম্যাজিষ্ট্ৰেট বংকিম শৰ্মা, জিলা দায়ৰা জজ ও অভিজিত ভট্টাচাৰ্য আৰক্ষী অধীক্ষক শ্ৰীজিত থিৰভিয়াম আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকল ৷

লগতে পঢ়কঃ ভাৰতীয় কৰ্মচাৰীৰ প্ৰথম পচন্দ আমাজন ব্ৰেণ্ড!

ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱায় কয় যে সমাজত শিশু শ্ৰম ব্যাপক হাৰত বাঢ়ি গৈ আছে । শিশু শ্ৰম ৰোধ কৰাৰ কাৰণে জিলা পৰ্যায়ত টাক্সফৌৰ্ছ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায় উপায়ুক্ত গৰাকীয়ে ।

Intro:ডিমা হাছাও ১৯ জুন: শিশু শ্ৰম আমাৰ সমাজত এক ভয়বহ ৰূপ ধাৰণ কৰিছে। ঘৰৰ কামৰ পৰা আৰম্ভ কৰি সোঁৱতেই শিশু শ্ৰমিক নিয়োগ কৰা হৈছে। শিশু শ্ৰম ৰোধ কৰাৰ বাবে শিশু শ্ৰম আইনৰ ওপৰত সচেতনতা আনিবলৈ ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ সহযোগত আজি হাফলং চাৰ্কিট হাউচত এখন সচেতনতা সভা অনুষ্ঠিত হৈ যায়।Body:শিশু শ্ৰম ৰোধৰ কাৰণে শিশু শ্ৰম আইন ১৯৮৬ -ৰ অধীনত কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় এই দিশত গুৰুত্ত্ব সহকাৰে আলোচনা কৰা হয়। আজি অনুষ্ঠিত শিশু শ্ৰম আইনৰ ওপৰত সচেতনতা সভাত উপস্থিত আছিল ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোয়া, মুখ্য বিচাৰ বিভাগীয় ম্যাজিষ্ট্ৰেট বংকিম শৰ্মা, জিলা দায়ৰা জজ ও অভিজিত ভট্টাচাৰ্য আৰক্ষী অধীক্ষক শ্ৰীজিত থিৰভিয়াম আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকল।Conclusion:ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱায় কয় আমাৰ সমাজত শিশু শ্ৰম ব্যাপক হাৰত বাঢ়ি গৈ আছে। শিশু শ্ৰম ৰোধ কৰাৰ কাৰণে জিলা পৰ্যায়ত টাক্সফৌৰ্ছ গঠন কৰা হৈছে। শিশু শ্ৰম ৰোধ কৰাৰ কাৰণে আজি জিলা প্ৰশাসনৰ সহযোগত আৰু ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটিৰ উদ্যোগত শিশু শ্ৰম আইনৰ ওপৰত সচেতনতা সভা অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.