ETV Bharat / state

হাইলাকান্দিৰ হাস্পতালত কৰ’ণা ৰোগীৰ স্বচ্ছ অভিযান

হাইলাকান্দিত কৰ’ণাত আক্ৰান্ত চৰকাৰী কৰ্মীৰ অস্থায়ী হাস্পতালত চাফাই অভিযান ৷ হাতত ঝাড়ু, ব্ৰাছ লৈ গেষ্ট হাউছটো চাফ-চিকুণ কৰাৰ লগতে সকলোকে মনোবল বৰ্তাই ৰাখিবলৈ আহ্বান কৰ্মীসকলৰ ।

author img

By

Published : Jul 15, 2020, 2:25 PM IST

Corona patient clean hospital at Hailakandi
হাইলাকান্দিৰ হাস্পতালত কৰ’ণা ৰোগীৰ স্বচ্ছ অভিযান

হাইলাকান্দি, 15 জুলাই : বুধবাৰে হাইলাকান্দিত কৰ’ণাত আক্ৰান্ত চৰকাৰী কৰ্মীয়ে হাস্পতালত চলাইছে স্বচ্ছতা অভিযান । ইতিমধ্যে হাইলাকান্দি জিলাত ভয়াৱহ ৰূপ লৈছে মহামাৰী কৰ’ণাই । ইয়াৰ ফলস্বৰূপে হাইলাকান্দিৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ 18 গৰাকীকৈ কৰ্মী কৰ’ণাত আক্ৰান্ত হৈছে ।

কিন্তু জিলাখনত স্বাস্থ্য পৰিসেৱাৰ উন্নত ব্যৱস্থা নথকাৰ বাবে এই কৰ্মীসকলক পাচগ্ৰামত থকা কাছাৰ কাগজ কলৰ গেষ্ট হাউছত চিকিৎসা প্ৰদান কৰা হৈছে । দীৰ্ঘদিনৰ পৰা কাৰ্যালয়ৰ কাম বন্ধ থকাৰ বাবে এই গেষ্ট হাউচটো পৰিত্যক্ত ঘৰলৈ ৰূপান্তৰিত হয় । সেয়েহে এই কৰ’ণা পজিটিভ ৰোগীসকলে অস্থায়ী হাস্পতালত নিজ হাতেৰে স্বচ্ছতাৰ অভিযান চলোৱা পৰিলক্ষিত হয় ।

হাতত ঝাড়ু, ব্ৰাছ লৈ গেষ্ট হাউছটো চাফ-চিকুণ কৰাৰ লগতে ৰোগীসকলে সকলোকে মনোবল বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.