ETV Bharat / state

হাইলাকান্দিত আমন্ত্ৰণী পত্ৰক লৈ থানাত গোচৰ - আমন্ত্ৰণী পত্ৰ

লালা কলেজৰ অধ্যাপিকা লক্ষ্মী নাথে এখন আমন্ত্ৰণী পত্ৰ গ্ৰহন নকৰি ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ কলেজ অধ্যাপিকা গৰাকীক লৈ ফেচবুকত তীব্ৰ অপপ্ৰচাৰ ৷

হাইলাকান্দিত আমন্ত্ৰণী পত্ৰক লৈ থানাত গোচৰ
author img

By

Published : Apr 30, 2019, 2:44 PM IST

হাইলাকান্দি , 30 এপ্ৰিল : এখন আমন্ত্ৰণী পত্ৰক লৈ হাইলাকান্দি জিলাৰ লালা চহৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৷ আমন্ত্ৰণী পত্ৰ গ্ৰহন নকৰি ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে লালাৰ এখন কলেজ অধ্যাপিকাৰ বিৰুদ্ধে ৷ ইপিনে কলেজ কৰ্তৃপক্ষই এই অভিযোগ নস্যাৎ কৰি এই সন্দৰ্ভত লালা থানাত এক গোচৰ ৰুজু কৰে ৷

হাইলাকান্দিত আমন্ত্ৰণী পত্ৰক লৈ থানাত গোচৰ

যোৱা 25 এপ্ৰিলত ল‍াল‍া ৰুৰেল কলেজৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে বাৰ্ষিক মিলাদ অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ আৰু এই অনুষ্ঠানত কলেজৰ সকলো অধ্যাপক অধ্যাপিকাক আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু অনুষ্ঠানৰ পাচৰ দিনা একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অধ্যাপিকা লক্ষ্মী নাথৰ নাম লিখা এখন আমন্ত্ৰণী পত্ৰ ডাষ্টবিনত পৰি থকাৰ ফটো ফেচবুকত আপলোড কৰি এগৰাকী শিক্ষিয়ত্ৰীয়ে ধৰ্মৰ অপমান কৰিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ পাচতে মুহুৰ্ততে ছ'চিয়েল মিডিয়াত তুমুল চাঞ্চল্যৰ সৃষ্টি হয় ৷ লগতে অধ্যাপিকা লক্ষ্মী নাথক লৈ আৰম্ভ হয় কুৰুচিকৰ মন্তব্য ৷ এই ঘটনাৰ পাচতে সৰৱ হৈ পৰে লালা ৰুৰেল কলেজৰ কতৃপক্ষ ৷ পৰৱৰ্তী সময়ত অধ্যক্ষ গৰাকীয়ে এখন সংবাদমেল পাতি এই সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ সংবাদ মাধ্যমৰ আগতে দেখুৱাই দিয়ে ৷ য'ত অধ্যাপিকা লক্ষ্মী নাথে আমন্ত্ৰণী পত্ৰ গ্ৰহন কৰাৰ দৃশ্য সম্পূৰ্ণ স্পষ্ট ৰূপত দেখা গৈছে ৷ তদুপৰি একাংশ লোকে অধ্যাপিকা লক্ষ্মী নাথ আৰু লালা ৰুৰেল কলেজৰ সম্মানহানিৰ চেষ্টা কৰাৰ অভিযোগত কলেজ কৰ্তৃপক্ষই লাল‍া থানাত এক গোচৰ ৰজু কৰে ৷

SLUG :: আমন্ত্ৰণ পত্ৰক লৈ থানাত গোচৰ হাইলাকান্দিত!

O/C :: এটা আমন্ত্ৰণ পত্ৰক লৈ হাইলাকান্দিত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। আমন্ত্ৰণ পত্ৰ গ্ৰহন নকৰি ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে লালাৰ এক কলেজ অধ্যাপিকাৰ বিৰুদ্ধত। কলেজ কতৃপক্ষয় এই মিথ্যা অপপ্ৰচাৰৰ বিৰুদ্ধত গোচৰ ৰজু কৰিছে লালা থানাত। 

V/O :: আমন্ত্ৰণ পত্ৰক লৈ বিতৰ্ক হাইলাকান্দিত। কলেজ অধ্যাপিকাক লৈ ফেচবুকত অপপ্ৰচাৰ। থানাত গোচৰ কলেজ কতৃপক্ষৰ। 
এটা আমন্ত্ৰণ পত্ৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ লালা চহৰত। যোৱা ২৫ এপ্ৰিল ল‍াল‍া ৰুৰেল কলেজত একাংশ ছাত্ৰ ছাত্ৰীয়ে আয়োজন কৰিছিল বাৰ্ষিক মিলাদ অনুষ্ঠানৰ। এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে কলেজৰ সকলো অধ্যাপক অধ্যাপিকাক। কিন্তু অনুষ্ঠানৰ পিছ দিনা একাংশ প্ৰক্তন ছাত্ৰ ছাত্ৰীয়ে অধ্যাপিকা লক্ষ্মী নাথৰ নাম লিখা এটা আমন্ত্ৰণ পত্ৰ ডাষ্টবিনত থকাৰ ফটো ফেচবুকত আপলোড কৰি এগৰাকী শিক্ষিকায় ধৰ্মৰ অপমান কৰিছে বুলি মন্তব্য কৰে। মুহুৰ্তৰ মাজতেই social mediaত সৃষ্টি হয় তুমুল চাঞ্চল্যৰ। অধ্যাপিকা লক্ষ্মী নাথক লৈ আৰম্ভ হয় কুৰুচিকৰ মন্তব্যও। 
অবশেষত ইয়াৰ বিৰুদ্ধত সচেষ্ঠ হয় লালা ৰুৰেল কলেজ কতৃপক্ষ। কলেজ অধ্যক্ষয় সকলো বিষয় তদন্ত কৰে। পিছতে সংবাদ মেল পাতি এই সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ সংবাদ মাধ্যমৰ আগতে দেখুৱাই দিয়ে অধ্যক্ষ গৰাকীয়ে। যত অধ্যাপিকা লক্ষ্মী নাথে আমন্ত্ৰণ পত্ৰ গ্ৰহন কৰাৰ দৃশ্য সম্পূৰ্ণ স্পষ্ট। লগতে অধ্যাপিকা গৰাকীয়ে তেওঁৰ কাষত থকা অনুষ্ঠানৰ আমন্ত্ৰণ পত্ৰ ও দেখুৱায়। 
ইপিনে একাংশয় অধ্যাপিকা লক্ষ্মী নাথ আৰু লালা ৰুৰেল কলেজৰ সম্মান হানীৰ চেষ্টা কৰাৰ অভিযোগত ইতিমধ্যেই কলেজ কতৃপক্ষয় লাল‍া থানাত এটা গো্ৰ ৰজু কৰিছে। 

Byte :: 1. laxmi nath, college teacher
2. Tanuj Dhar, College Principal.

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.